হোজাই, 30 আগষ্টঃ হোজাইত অবৈধ ৰে'লৱে টিকট প্ৰস্তত কৰা এজেন্সীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান৷ হোজাইৰ লংকাৰ ৰাজ ট্ৰেভেলচ নামৰ এজেঞ্চিটোত ৰে'লৱে ক্ৰাইম ব্ৰাঞ্চ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায় ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৰাজ ট্ৰেভেলছ নামৰ এই এজেন্সীটোত অবৈধ ভাৱে প্ৰস্তুত কৰি অহা হৈছিল ভুৱা ৰে'লৰ টিকট ৷ উক্ত খবৰ লাভ কৰিছিল ৰে'লৱে কৰ্তৃপক্ষই ৷ শুক্ৰবাৰে গোপন তথ্যৰ ভিত্তিত লামডিঙৰ পৰা অহা ৰে'লৱে ক্ৰাইম ব্ৰাঞ্চৰ ৬ জনীয়া দল সহ লংকা আৰক্ষীয়ে অভিযান চলাই বহু ভুৱা নথি পত্ৰ জব্দ কৰাৰ লগতে আটক কৰে গুৰপিত সিং নামৰ এজন লোকক৷ কিন্তু ট্ৰেভেলছ এজেন্সীটোৰ মূল স্বতাধিকাৰীজন ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়৷
হোজাইত অবৈধ ৰে'লৱে টিকট প্ৰস্তত কৰা এজেন্সীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান - হোজাইৰ লংকাৰ ৰাজ ট্ৰেভেলচ নামৰ এজেঞ্চিটোত ৰে'লৱে ক্ৰাইম ব্ৰাঞ্চ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায়
হোজাইত অবৈধ ৰে'লৱে টিকট প্ৰস্তত কৰা এজেন্সীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান৷ৰাজ ট্ৰেভেলচ' নামৰ এজেঞ্চিটোত ৰে'লৱে ক্ৰাইম ব্ৰাঞ্চ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায়
হোজাই, 30 আগষ্টঃ হোজাইত অবৈধ ৰে'লৱে টিকট প্ৰস্তত কৰা এজেন্সীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান৷ হোজাইৰ লংকাৰ ৰাজ ট্ৰেভেলচ নামৰ এজেঞ্চিটোত ৰে'লৱে ক্ৰাইম ব্ৰাঞ্চ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায় ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৰাজ ট্ৰেভেলছ নামৰ এই এজেন্সীটোত অবৈধ ভাৱে প্ৰস্তুত কৰি অহা হৈছিল ভুৱা ৰে'লৰ টিকট ৷ উক্ত খবৰ লাভ কৰিছিল ৰে'লৱে কৰ্তৃপক্ষই ৷ শুক্ৰবাৰে গোপন তথ্যৰ ভিত্তিত লামডিঙৰ পৰা অহা ৰে'লৱে ক্ৰাইম ব্ৰাঞ্চৰ ৬ জনীয়া দল সহ লংকা আৰক্ষীয়ে অভিযান চলাই বহু ভুৱা নথি পত্ৰ জব্দ কৰাৰ লগতে আটক কৰে গুৰপিত সিং নামৰ এজন লোকক৷ কিন্তু ট্ৰেভেলছ এজেন্সীটোৰ মূল স্বতাধিকাৰীজন ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়৷
হোজাই জিলা লংকাৰ ৰাজ ট্ৰেভেলচত ৰে'লৱে ক্ৰাইম ব্ৰাঞ্চ আৰু আৰক্ষীৰ অভিযান ।
লেপটপ সহ নথি পত্ৰ জব্দৰ লগতে আটক গুৰপিত সিং।
অবৈধ ৰে'লৱে টিকট প্ৰস্তুতৰ গোপন তথ্য লাভ ক্ৰাইম ব্ৰাঞ্চৰ ।
অবৈধ ভাৱে ভুৱা ৰে'লৱে টিকট নিৰ্মাণ কৰি ৰমৰমীয়া ব্যৱসায় চলাই থকা ট্ৰেভেলছ এজেন্সীত শুকুৰবাৰে লংকা আৰক্ষীৰ সহযোগত অভিযান চলালে ৰে'লৱে ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে ।লংকাৰ ৰাজ ট্ৰেভেলছ নামৰ এই এজেন্সীটোত অতৰ্কিত ক্ৰাইম বাঞ্চ আৰু আৰক্ষীয়ে চলোৱা অভিযানত লেপটপ সহ বহু নথিপত্ৰ জব্দ কৰাৰ লগতে গুৰপিট সিং নামৰ এজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ।উল্লেখ্য যে,দীৰ্ঘদিন ধৰি ৰাজ ট্ৰেভেলছ নামৰ এই এজেন্সীটোত অবৈধ ভাৱে প্ৰস্তুত কৰি অহা হৈছিল ভুৱা ৰে'লৰ টিকট ।আৰু সেই খবৰ লাভ কৰিছিল ৰে'লৱে কৰ্তৃপক্ষই ।গোপন তথ্যৰ ভিত্তিত শুকুৰবাৰে লামডিঙৰ পৰা অহা ৰে'লৱে ক্ৰাইম ব্ৰাঞ্চৰ ৬ জনীয়া দলটো সহ লংকা আৰক্ষীয়ে অভিযান চলাই বহু ভুৱা নথি পত্ৰ জব্দ কৰাৰ লগতে এজনক আটক কৰে যদিও ট্ৰেভেলছ এজেন্সীটোৰ মূল স্বতাধিকাৰী জন পলাই সাৰিবলৈ সক্ষম হয় ।Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
TAGGED:
Hojai Crime branch raid