ETV Bharat / state

হোজাই জিলাৰ কংগ্ৰেছৰ জিলা সমন্বয় ৰক্ষিক জয়জিৎ দাসৰ সংবাদমেল

author img

By

Published : Mar 25, 2021, 2:28 PM IST

বুধবাৰে হোজাই জিলাৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছৰ জিলা সমন্বয়ৰক্ষিক জয়জিৎ দাসে আয়োজন কৰে এক সংবাদমেলৰ ৷ বিজেপিক এইবাৰ শাসনৰ পৰা অঁতৰাই কংগ্ৰেছে শাসনৰ গাদীত বঢ়িব ৷ এই বুলি মন্তব্য কৰে হোজাইৰ কংগ্ৰেছৰ জিলা সমন্বয় ৰক্ষিক জয়জিৎ দাসে ৷

হোজাই জিলাৰ কংগ্ৰেছৰ জিলা সমন্বয় ৰক্ষিক জয়জিৎ দাসৰ সংবাদমেল
হোজাই জিলাৰ কংগ্ৰেছৰ জিলা সমন্বয় ৰক্ষিক জয়জিৎ দাসৰ সংবাদমেল

হোজাই, 25মাৰ্চ: বুধবাৰে হোজাই জিলাৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছৰ জিলা সমন্বয়ৰক্ষিক জয়জিৎ দাসে আয়োজন কৰে এক সংবাদমেলৰ ৷ বিজেপিক এইবাৰ শাসনৰ পৰা আতৰাই কংগ্ৰেছে শাসনৰ গাদীত বঢ়িব ৷ এই বুলি মন্তব্য কৰে হোজাইৰ কংগ্ৰেছৰ জিলা সমন্বয় ৰক্ষিক জয়জিৎ দাসে ৷

উল্লেখ্য যে, অনাগত হোজাই জিলা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত সাহা প্ৰায় ১ লাখৰ ৬০ হাজাৰ ভোটৰ ব্যৱধানত জয়যুক্ত হ’ব । এইবুলি সংবাদমেলযোগে মন্তব্য কৰে জয়জিৎ দাসে ৷

লগতে পঢ়ক: পাটোৱাৰী উদ্ধাৰ অভিযানৰ বাবে শুকুৰবাৰে আহি আছে গাডকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.