ETV Bharat / state

পলুৱাই নিয়া ১৪ বছৰীয়া নাবালিকাক উদ্ধাৰ

author img

By

Published : Aug 1, 2020, 6:58 PM IST

নাবালিকা গৰাকীক মাতৃগৃহত চমজাই দিয়াৰ লগতে চাইল্ড লাইন কৰ্তৃপক্ষই বিষয়টি আদালতৰ ওচৰলৈ লৈ গৈছে ৷

পলুৱাই নিয়া ১৪ বছৰীয়া নাবালিকাক উদ্ধাৰ
পলুৱাই নিয়া ১৪ বছৰীয়া নাবালিকাক উদ্ধাৰ

হোজাই, 1 আগষ্টঃ শনিবাৰে হোজাইৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত চাইল্ড লাইনে উদ্ধাৰ কৰে এগৰাকী ১৪ বছৰীয়া নাবালিকা ৷

উল্লেখ্য যে,একেখন গাঁৱৰে এজন নাবালক কিশোৰৰ সৈতে শনিবাৰে পুৱা পলাই গৈছিল নাবালিকাগৰাকী ৷ এই বিষয়ে এক বিশেষ সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ নেতৃত্বত চাইল্ড লাইন আৰু কাকী আৰক্ষীয়ে কিশোৰজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে নাবালিকাগৰাকীক ৷ বৰ্তমান, নাবালিকাগৰাকীক মাতৃগৃহত চমজাই দিয়াৰ লগতে চাইল্ড লাইন কৰ্তৃপক্ষই সমগ্ৰ বিষয়টি আদালতৰ দৃষ্টিগোচৰ কৰিছে ৷

লগতে পঢ়কঃ বাঁহীৰ সুৰৰ দৰে সুৰীয়া নহ'ল অশ্বিনী শইকীয়াৰ জীৱন যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.