ETV Bharat / state

চিকিৎসক হৈ সমাজ সেৱাৰ ইচ্ছা দশম স্থানপ্ৰাপ্ত সাগ্নিক বণিকৰ - হোজাই ডন ব'স্ক স্কুল

হোজাই ডন ব'স্ক স্কুলৰ পৰা অসমৰ ভিতৰত দশম স্থান লাভ সাগ্নিক বণিক নামৰ ছাত্ৰৰ ৷ মুঠ ৫৮৩ নম্বৰেৰে দশম স্থান লাভ সাগ্নিক বণিকৰ ৷  মুঠ ৫৮৩ নম্বৰেৰে দশম স্থান লাভ হোজাই ডন বস্ক' স্কুলৰ ছাত্ৰগৰাকীৰ ৷

হোজাই ডন ব'স্ক স্কুলৰ পৰা অসমৰ ভিতৰত দশম স্থান লাভ সাগ্নিক বণিকৰ
author img

By

Published : May 15, 2019, 1:45 PM IST

হোজাই, 15 মে': হাইস্কুল শিক্ষান্ত পৰীক্ষাত হোজাইলৈ গৌৰৱ কঢ়িয়াই আনিলে সাগ্নিক বণিকে ৷ মুঠ ৫৮৩ নম্বৰেৰে দশম স্থান লাভ হোজাই ডন বস্ক' স্কুলৰ ছাত্ৰগৰাকীৰ ৷ হোজাইৰ গোবিন্দপল্লী নিবাসী তথা বি এছ এন এলৰ তেজপুৰ চক্ৰ বিষয়া সমীৰ কুমাৰ বণিক আৰু হোজাই দেশবন্ধু বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী সুপৰ্ণা বণিকৰ একমাত্ৰ সন্তান সাগ্নিক বণিক ।

হোজাই ডন ব'স্ক স্কুলৰ পৰা অসমৰ ভিতৰত দশম স্থান লাভ সাগ্নিক বণিকৰ

সাগ্নিকে গণিত আৰু সমাজবিদ্যাত এশ নম্বৰ লাভ কৰাৰ বিপৰীতে অসমীয়াত ৯৩, সাধাৰণ বিজ্ঞানত লাভ কৰে ৯৬ নম্বৰ । সাগ্নিকৰ এই ফলাফলত শিক্ষানুষ্ঠানখনত বিৰাজ কৰিছে এক আনন্দ মুখৰ পৰিৱেশ ৷ ভৱিষ্যতে এজন সুদক্ষ চিকিৎসক হৈ মানৱ সেৱাত ব্ৰতী হোৱাৰ সপোন মেধাবী ছাত্ৰগৰাকীৰ ।

Intro:হোজাই ডন ব'স্ক স্কুলৰ পৰা অসমৰ ভিতৰতে দশম স্থান লাভ।Body:আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত হোজাই লৈ গৌৰৱ কঢ়িয়াই আনিলে মুঠ ৫৮৩ নম্বৰৰে দশম স্থান প্ৰাপ্ত সাগণিক বনিকে | হাইস্কুল শিক্ষান্ত পৰীক্ষাত হোজাই ডন ব'স্ক স্কুলৰ পৰা অসমৰ ভিতৰতে দশম স্থান লাভ কৰে সাগণিকে ।হোজাই চহৰৰ বাসিন্দা পিতৃ সমীৰ কুমাৰ বনিক আৰু মাতৃ সুপনা বনিক এক মাত্ৰ সন্তান ।ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা মেধাৱী ছাত্ৰ জনৰ।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.