ETV Bharat / state

হোজাইৰ অতিৰিক্ত জিলা ও ছেচন ন্যায়ধীশৰ আদালতৰ ঐতিহাসিক ৰায়দান

author img

By

Published : Feb 10, 2021, 1:25 PM IST

Updated : Feb 10, 2021, 2:01 PM IST

২৬ ফেব্ৰুৱাৰী ২০২০ চনত হোজাইৰ দাৰীয়া বস্তিত ৫ বছৰীয়া ফুলকুমলীয়া এগৰাকী কন্যা শিশুক ধৰ্ষণ কৰি হত্যা কৰা গোচৰৰ বুধবাৰে চূড়ান্ত ৰায়দান প্ৰদান কৰিছে ন্যায়ালয়ে ।

হোজাইৰ অতিৰিক্ত জিলা ও ছেচনচ ন্যায়ধীশ আদালতৰ ঐতিহাসিক ৰায়দান

হোজাই,10 ফেব্ৰুৱাৰীঃ হোজাইৰ শংকৰদেৱ নগৰস্থীত অতিৰিক্ত জিলা ও ছেচনচ ন্যায়ধীশ আদালতৰ ঐতিহাসিক ৰায়দান ৷ উল্লেখযোগ্য যে, ২৬ ফেব্ৰুৱাৰী ২০২০ চনত হোজাইৰ দাৰীয়া বস্তিত ৫ বছৰীয়া ফুলকুমলীয়া এগৰাকী কন্যা শিশুক ধৰ্ষণ কৰি হত্যা কৰা গোচৰৰ বুধবাৰে চূড়ান্ত ৰায়দান প্ৰদান কৰিছে ন্যায়ালয়ে ।

vহোজাইৰ অতিৰিক্ত জিলা ও ছেচনচ ন্যায়ধীশ আদালতৰ ঐতিহাসিক ৰায়দান

ন্যায়ালয়ৰ ৰাইদানৰ অনুসৰি, ১৬৪/২০ নম্বৰত হোজাই থানাত ৰুজু হোৱা গোচৰৰ অভিযুক্ত চন্দন হৰিজনক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে হোজাইৰ শংকৰদেৱ নগৰস্থীত অতিৰিক্ত জিলা ও ছেচনচ ন্যায়ধীশৰ আদালতে । জানিব পৰা মতে, হোজাই আৰক্ষীয়ে দুমাহৰ ভিতৰত ১৪০ পৃষ্ঠা জোৰা অভিযোগনামা দাখিল কৰিছিল আদালতত। তাৰ ফলত ২০ গৰাকী লোকৰ সাক্ষীবাদীৰ অন্তত অভিযুক্তক মৃত্যুদণ্ডৰে দণ্ডিত কৰি চূড়ান্ত ৰায়দান প্ৰদান কৰে আদালতে ।
হোজাইৰ অতিৰিক্ত জিলা ও ছেচন ন্যায়ধীশৰ আদালতৰ ঐতিহাসিক ৰায়দান
অধিক খবৰৰ বাবে পঢ়কঃ কাইলৈৰ পৰা বিধানসভাৰ অধিবেশনঃ দাখিল নহ'ব পূৰ্ণাংগ বাজেট

Last Updated : Feb 10, 2021, 2:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.