হাজো,16 এপ্ৰিলঃ দেশজুৰি চলা লক ডাউনৰ ফলত খাদ্য সংকটত ভুগিছে দেশৰ দৰিদ্ৰ পৰিয়ালৰ লোকসকল ৷ হাজোৰ বৰ্ণিত দৰিদ্ৰ লোকলকৰ কাষত থিয় দিছে 8 গৰাকী কনিষ্ঠ অভিযন্তা ৷ চৰকাৰৰ আহ্বানৰ প্ৰতি সহাৰি জনাই বৰ্ণিগাঁৱৰ 280 টা দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে অভিযন্তা কেইগৰাকীয়ে ৷
লগতে পঢ়ক-দৰিদ্ৰ পৰিয়াললৈ সাহাৰ্য প্ৰদান অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ