ETV Bharat / state

নিৰ্ভয়ে ভোটদান কৰক: ভাস্কৰজ্যোতি মহন্ত

author img

By

Published : Apr 1, 2021, 1:53 PM IST

স্পৰ্শকাতৰ ভোটকেন্দ্ৰ পৰিদৰ্শন অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ৷ ৰাইজক নিৰ্ভয়ে ভোট দিবলৈ আহ্বান আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ ৷

নিৰ্ভয়ে ভোটদান কৰক : ভাস্কৰজ্যোতি মহন্ত

হোজাই,1 এপ্ৰিল: ৰাজ্যৰ 39 টা সমষ্টিত চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ ভোট গ্ৰহণৰ মাজতেই সষ্টম ৰাজ্যৰ আৰক্ষী বিভাগ ৷ ৰাজ্যৰ স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহ পৰিদৰ্শন কৰি আছে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

হোজাই সমষ্টিত আৰক্ষী সঞ্চালক প্ৰধান গৰাকী উপস্থিত হৈ নন্দপুৰ মজলীয়া বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰাপত্তা দিশটো নিৰীক্ষণ কৰে ৷ হোজাইত উপস্থিত হৈ নিৰ্ভয়ে ভোটাৰক ভোটদান কৰিবলৈ আহ্বান সঞ্চালকগৰাকীৰ ৷ হোজাইৰ নিৰাপত্তা ব্যৱস্থা নিৰীক্ষণ কৰি পোনে পোনে কাৰ্বি আংলঙলৈ যায় আৰক্ষী সঞ্চালক প্ৰধান গৰাকী ৷

লগতে পঢ়ক: নৰেন্দ্ৰ মোদীয়ে 24 ঘণ্টাই মিছা কয়: ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.