ETV Bharat / state

হোজাই জিলাত বিধ্বংসী অগ্নিকাণ্ডঃ 10 লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত

author img

By

Published : Dec 20, 2019, 8:33 PM IST

হোজাই জিলাৰ লংকা পিয়লি বজাৰত বিধ্বংসী অগ্নিকাণ্ড ৷ শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হয় বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷

লংকা পিয়লি বজাৰত বিধ্বংসী অগ্নিকাণ্ড
লংকা পিয়লি বজাৰত বিধ্বংসী অগ্নিকাণ্ড

হোজাই, 20 ডিচেম্বৰ: হোজাই জিলাৰ লংকা পিয়লি বজাৰত বিধ্বংসী অগ্নিকাণ্ড ৷ জুইত জাহ গ'ল চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ প্ৰায় 10 লক্ষাধিক টকাৰ সম্পত্তি জাহ যায় এই অগ্নিকাণ্ডত ৷ অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও, শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হয় বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, অগ্নিকাণ্ডৰ বহু সময় পিচতহে অগ্নিনিৰ্বাপক বাহিনীৰ লোক অহাৰ অভিযোগ অঞ্চলবাসীৰ ৷

হোজাই জিলাত বিধ্বংসী অগ্নিকাণ্ড

লগতে পঢ়ক: ৰাজ্যত মুকলি কৰি দিয়া হ'ল ম'বাইল ইণ্টাৰনেট সেৱা

Intro:হোজাই জিলাৰ লংকা পিয়লি বজাৰত বিধংসী অগ্নীকাণ্ড।Body:হোজাই জিলাৰ লংকা পিয়লি বজাৰত বিধংসী অগ্নীকাণ্ড।

জুইত জাহ গ'ল চাৰিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান।

বাবুল সাহা,গৌতম সাহা,বিজয় ঘোষ আৰু সুমন সিংহ নামৰ লোক কেইজনৰ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত ভস্মীভূত।

অনুমানিক 20 পৰা 25 লাখ টকাৰ সম্পত্তী জুইত সম্পূৰ্ণ ৰূপে জাহ যায়।

ৰ্চট চাৰ্কিটৰ ফলত অগ্নীকাণ্ডৰ সুত্ৰপাত হোৱাৰ সন্দেহ।

কিছু লোকে অগ্নি নিৰ্বাহক বাহিনী দেৰিকৈ অহাৰ অভিযোগ কৰে।

Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.