ETV Bharat / state

হোজাই লংকাত জুইত জাহ গ'ল ধান

author img

By

Published : Dec 25, 2019, 6:25 PM IST

কণ-কণ শিশুৱে ধেমালিতে অগ্নিসংযোগ কৰিছিল ধানৰ মেজিত । অনুমানিক দহ হেজাৰৰো অধিক টকাৰ ধান জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডটোত ৷

হোজাই
হোজাই লংকাত জুইত জাহ গ'ল ধান

হোজাই, 25 ডিচেম্বৰঃ হোজাই জিলা লংকা পাচভান্দাৰত বিধ্বংসী অগ্নিকাণ্ড । জুইত জাহ গ'ল ১৭ বিঘা খেতি মাটিৰ ধান । পথাৰৰ পৰা চপাই অনা ধানৰ মেজিত জুইৰ সূত্ৰপাত । কণ-কণ শিশুৱে ধেমালিতে অগ্নিসংযোগ কৰিছিল ধানৰ মেজিত । অনুমানিক দহ হেজাৰৰো অধিক টকাৰ ধান জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডটোত । আনহাতে, অগ্নিকাণ্ড সন্দৰ্ভত অগ্নিনিৰ্বাপন বাহিনীক খবৰ দিয়া পাচতো ঘটনাস্থলীত পলমকৈ অহাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ ।

হোজাই লংকাত জুইত জাহ গ'ল ধান

আৰু পঢ়কঃ ধুবুৰীৰ চাপৰত উদ্ধাৰ 11 টাকৈ বৰ্ণশংকৰ গৰুৰ মৃতদেহ

Intro:হোজাই জিলা লংকা পাচভান্দাৰত বিধংসী অগ্নিকাণ্ড।Body:হোজাই জিলা লংকা পাচভান্দাৰত বিধংসী অগ্নিকাণ্ড।

জুইত জাহ গ'ল ১৭ বিঘা খেতি মাটিৰ ধান।

পথাৰৰ পৰা চপাই অনা ধানৰ মেজিত এই জুইৰ সুত্ৰপাত।

কণ-কণ শিশুয়ে ধেমালিতে অগ্নিসংযোগ কৰিছিল ধানৰ মেজিত।

অনুমানিক দহ হেজাৰৰো অধিক টকাৰ ধান জুইত সম্পূৰ্ণৰূপে ভস্মিভূত।

অগ্নিনিৰ্বাপনৰ বাহন এক ঘণ্টা পলমকৈ আহাৰ অভিযোগ।

Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.