হোজাই, 25 ডিচেম্বৰঃ হোজাই জিলা লংকা পাচভান্দাৰত বিধ্বংসী অগ্নিকাণ্ড । জুইত জাহ গ'ল ১৭ বিঘা খেতি মাটিৰ ধান । পথাৰৰ পৰা চপাই অনা ধানৰ মেজিত জুইৰ সূত্ৰপাত । কণ-কণ শিশুৱে ধেমালিতে অগ্নিসংযোগ কৰিছিল ধানৰ মেজিত । অনুমানিক দহ হেজাৰৰো অধিক টকাৰ ধান জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডটোত । আনহাতে, অগ্নিকাণ্ড সন্দৰ্ভত অগ্নিনিৰ্বাপন বাহিনীক খবৰ দিয়া পাচতো ঘটনাস্থলীত পলমকৈ অহাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ ।
হোজাই লংকাত জুইত জাহ গ'ল ধান - হোজাইৰ লংকাত বিধ্বংসী অগ্নিকাণ্ড
কণ-কণ শিশুৱে ধেমালিতে অগ্নিসংযোগ কৰিছিল ধানৰ মেজিত । অনুমানিক দহ হেজাৰৰো অধিক টকাৰ ধান জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডটোত ৷
হোজাই লংকাত জুইত জাহ গ'ল ধান
হোজাই, 25 ডিচেম্বৰঃ হোজাই জিলা লংকা পাচভান্দাৰত বিধ্বংসী অগ্নিকাণ্ড । জুইত জাহ গ'ল ১৭ বিঘা খেতি মাটিৰ ধান । পথাৰৰ পৰা চপাই অনা ধানৰ মেজিত জুইৰ সূত্ৰপাত । কণ-কণ শিশুৱে ধেমালিতে অগ্নিসংযোগ কৰিছিল ধানৰ মেজিত । অনুমানিক দহ হেজাৰৰো অধিক টকাৰ ধান জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডটোত । আনহাতে, অগ্নিকাণ্ড সন্দৰ্ভত অগ্নিনিৰ্বাপন বাহিনীক খবৰ দিয়া পাচতো ঘটনাস্থলীত পলমকৈ অহাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ ।
Intro:হোজাই জিলা লংকা পাচভান্দাৰত বিধংসী অগ্নিকাণ্ড।Body:হোজাই জিলা লংকা পাচভান্দাৰত বিধংসী অগ্নিকাণ্ড।
জুইত জাহ গ'ল ১৭ বিঘা খেতি মাটিৰ ধান।
পথাৰৰ পৰা চপাই অনা ধানৰ মেজিত এই জুইৰ সুত্ৰপাত।
কণ-কণ শিশুয়ে ধেমালিতে অগ্নিসংযোগ কৰিছিল ধানৰ মেজিত।
অনুমানিক দহ হেজাৰৰো অধিক টকাৰ ধান জুইত সম্পূৰ্ণৰূপে ভস্মিভূত।
অগ্নিনিৰ্বাপনৰ বাহন এক ঘণ্টা পলমকৈ আহাৰ অভিযোগ।
Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam