ETV Bharat / state

প্ৰয়াত দুলু গগৈক স্মৰণ হোজাই জিলা জাতীয় পৰিষদৰ

author img

By

Published : Apr 5, 2021, 10:01 PM IST

সোমবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ মাতৃ দুলু গগৈক শ্ৰদ্ধাঞ্জলি জনায় হোজাই জিলা জাতীয় পৰিষদৰ কৰ্মকৰ্তাৰ সকলে ।

দুলু গগৈক স্মৰণ হোজাই জিলা জাতীয় পৰিষদৰ

হোজাই, 5এপ্ৰিল : 31 মাৰ্চত মাতৃহাৰা হৈছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে ৷ সোমবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ মাতৃ দুলু গগৈক শ্ৰদ্ধাঞ্জলি জনায় হোজাই জিলা জাতীয় পৰিষদৰ কৰ্মকৰ্তাৰ সকলে ।

প্ৰয়াত দুলু গগৈক স্মৰণ হোজাই জিলা জাতীয় পৰিষদৰ

হোজাই জিলা জাতীয় পৰিষদৰ কৰ্মকৰ্তাৰ সকলে শ্ৰদ্ধাঞ্জলি দিয়াৰ লগতে দুলু গগৈৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা জনায় । এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম জাতীয় পৰিষদৰ শতাধিক কৰ্মকৰ্তা সহ স্থানীয় ৰাইজ উপস্থিত থকে ।

লগতে পঢ়ক: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু কোকৰাঝাৰ জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.