হোজাই, 14মে’: হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত উত্তৰ চামৰালি গাঁৱত বুধবাৰে সংঘটিত হৈছে জঘন্য হত্যাকাণ্ডৰ ঘটনা ৷ লাঠিৰে কোবাই কোবাই অতি নৃশংসভাৱে ভাৱে হত্যা কৰা হ’ল আব্দুল বাচিত নামৰ যুৱক জনক ৷ অভিযোগ মতে, আব্দুল বাচিতৰ ভাগিনীয়েকক বুধবাৰে অশ্লীল ইংগিত দিছিল স্থানীয় কেইজনমান উদণ্ড যুৱকে ৷ যাৰ বাবে মোমায়েক আব্দুল বাচিতে সোধপোছ কৰিবলৈ উদণ্ড লোককেইজনৰ কাষলৈ যায় ৷ সেই সময়তে ১৪ জনকৈ উদণ্ড লোকে লাখুটিৰে কোবাই কোবাই তথা দা, ডেগাৰেৰে আক্ৰমণ কৰি হত্যা কৰে মোমায়েক আব্দুল বাচিতক ৷
লাঠিৰে কোবাই কোবাই নৃশংসভাৱে হত্যা যুৱকক - নৃশংসভাৱে ভাৱে হত্যা
বুধবাৰে হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত উত্তৰ চামৰালি গাঁৱত সংঘটিত হৈছে এটা জঘন্য হত্যাকাণ্ডৰ ঘটনা ৷ লাঠিৰে কোবাই কোবাই অতি নৃশংসভাৱে হত্যা কৰা হ’ল আব্দুল বাচিত নামৰ যুৱকজনক ৷ হত্যাৰ কাৰণো আছিল আশ্চৰ্যজনক ৷