ETV Bharat / state

হোজাই জিলাৰ 630 গৰাকী ছাত্ৰীলৈ ড৹ বাণীকান্ত ককতি বঁটা

author img

By

Published : Jan 3, 2021, 7:51 PM IST

প্ৰজ্ঞান ভাৰতীৰ অধীনত দেওবাৰে হোজাই জিলাৰ 630 গৰাকী ছাত্ৰীক ড৹ বাণিকান্ত ককতি বঁটা প্ৰদান কৰা হয় ৷ এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা, হোজাইৰ বিধায়ক শিলাদিত্য দেৱ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ উপস্থিত থাকে ৷

D. Bankanta  Kakoti Award to 630 student of hujai district
হোজাই জিলাৰ 630 গৰাকী ছাত্ৰীলৈ ড৹ বাণিকান্ত ককতি বঁটা

হোজাই, 3 জানুৱাৰী : হোজাই জিলাৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্য্যালয়ৰ কাছাৰী মৈদানত দেওবাৰে প্ৰজ্ঞান ভাৰতীৰ অধীনত ড৹ বাণীকান্ত ককতি বঁটা প্ৰদান কৰা হয় । এই উপলক্ষে উক্ত অনুষ্ঠানত কৃতী ছাত্ৰীসকলক স্কুটী প্ৰদান কৰা হয় ।

বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা, হোজাই বিধায়ক শিলাদিত্য দেৱ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷ উল্লেখ্য যে, উক্ত অনুষ্ঠানত হোজাই জিলাৰ 630 গৰাকী ছাত্ৰীক এই বঁটা প্ৰদান কৰা হয় ৷

লগতে পঢ়ক : বিগত 19 বছৰত উত্তৰাখণ্ডত ধৰ্ষণৰ বলি হৈছে প্ৰায় 3956 গৰাকী মহিলা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.