হোজাই, ২২ মে': হোজাই জিলাৰ লংকাৰ ২ নং পিপল পুখুৰীস্থিত ডালমিয়া চিমেন্ট উৎপাদন কেন্দ্ৰৰ পৰা হোজাই অঞ্চলৰে ড: ৰহমত আলীয়ে বাসগৃহ নিৰ্মাণৰ বাবে ক্ৰয় কৰা চিমেন্টৰ বেগত ওলাল শিলগুটি । ক্ৰয় কৰা ১৬০ টা বেগৰ ৮ টাকৈ বেগত শিলগুটি ওলোৱাত লোকগৰাকীয়ে চিমেন্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰে । এই অভিযোগ লাভ কৰি ডালমিয়াৰ প্ৰবন্ধক উপস্থিত হয় যদিও পৰৱৰ্তী সময়ত কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব ৷
চিমেন্টৰ বেগত শিলগুটি কেনেকৈ? - ETV BHARAT
ক্ৰয় কৰা ১৬০ টা বেগৰ ৮ টাকৈ বেগত শিলগুটি ওলোৱাত লোকগৰাকীয়ে চিমেন্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰে । এই অভিযোগ লাভ কৰি ডালমিয়াৰ প্ৰবন্ধক উপস্থিত হয় যদিও পৰৱৰ্তী সময়ত কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব ৷
চিমেন্টৰ বেগত শিলগুটি : গ্ৰাহকক ৰামঠগন ডালমিয়া চিমেন্টৰ
হোজাই, ২২ মে': হোজাই জিলাৰ লংকাৰ ২ নং পিপল পুখুৰীস্থিত ডালমিয়া চিমেন্ট উৎপাদন কেন্দ্ৰৰ পৰা হোজাই অঞ্চলৰে ড: ৰহমত আলীয়ে বাসগৃহ নিৰ্মাণৰ বাবে ক্ৰয় কৰা চিমেন্টৰ বেগত ওলাল শিলগুটি । ক্ৰয় কৰা ১৬০ টা বেগৰ ৮ টাকৈ বেগত শিলগুটি ওলোৱাত লোকগৰাকীয়ে চিমেন্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰে । এই অভিযোগ লাভ কৰি ডালমিয়াৰ প্ৰবন্ধক উপস্থিত হয় যদিও পৰৱৰ্তী সময়ত কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব ৷
Intro:হোজাই জিলা লংকাত চিমেন্টৰ বেগত ওলাল শিলগুটি |Body:গ্ৰাহকক ৰামঠগণ দিয়াৰ অভিযোগ ডালমিয়া চিমেন্ট উদ্যোগৰ |
হোজাই জিলা লংকাত চিমেন্টৰ বেগত ওলাল শিলগুটি |
চিমেন্টৰ বেগ খোলাৰ পিছতেই পোহৰলৈ আহে ঘটনা |
আপুনি সপোন ঘৰ খন নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা চিমেন্ট কিমান উপযোগী ?চিমেন্টৰ নামত কি ব্যৱহাৰ কৰিছে আপুনি ? শেহতীয়াকৈ গ্ৰাহকে চিমেন্ট ক্ৰয় কৰাৰ পিছত লংকাত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য |চিমেন্টৰ নামত গ্ৰাহকক ৰামঠগণ দিছে লংকা ডালমিয়া চিমেন্ট কৰ্তৃপক্ষই |চিমেন্টৰ বস্তাৰ ভিতৰত চিমেন্টৰ পৰিৱৰ্তে ওলাইছে এই শিলগুটি |লংকাৰ উদালীৰ প্ৰকৃতিপ্ৰেমী ড: ৰহমত আলীৰ তৎপৰতাত পোহৰলৈ আহিছে ডালমিয়া চিমেন্টৰ ৰামঠগণৰ কথা |জানিব পৰা মতে,লংকাৰ ২ নং পিপল পুখুৰীস্থিত ডালমিয়া চিমেন্ট উৎপাদন কেন্দ্ৰৰ পৰা প্ৰকৃতি প্ৰেমী ড: ৰহমত আলীয়ে নিজা বাসগৃহ নিৰ্মাণৰ বাবে ক্ৰয় কৰিছিল ১৬০ বেগ চিমেন্ট |কিন্তু,বুধবাৰে চিমেন্টৰ বেগ খোলাৰ পিছত পোহৰলৈ আহে সেই ঘটনা |চিমেন্টৰ প্ৰায় ৮ টাকৈ বেগত ওলায় শিলগুটি |ইফালে,এই ঘটনাৰ পিছতেই ভুক্তভোগী গ্ৰাহক ৰহমত আলীয়ে ডালমিয়া চিমেন্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ কৰাত ডালমিয়া চিমেন্টৰ প্ৰবন্ধক উপস্থিত হৈ সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰে |পিছে প্ৰশ্ন হয়,গ্ৰাহকৰ মূৰত ৰামটাঙোন সোধাই লংকা ডালমিয়া চিমেন্ট উৎপাদন কৰ্তৃপক্ষই গ্ৰাহকৰ মাজত যোগান ধৰা এই সমূহ ব্যৱহাৰ অনুপযোগী চিমেন্ট উৎপাদনৰ সন্দৰ্ভত ডালমিয়া কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া হ'ব লক্ষণীয় |
BITE-গ্ৰাহক,মিস্ত্ৰী, কোম্পানীৰ কৰ্মচাৰী, আৰু সংগঠনৰ নেতা।
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam