ETV Bharat / state

হোজাইত ট্ৰাকসহ জব্দ ২৪ টা চোৰাং গৰু - cattle seize at hojai

হোজাই জিলাৰ ৰাণিপুখুৰী অঞ্চলত আৰক্ষীৰ তালাচী অভিযানত এখন ট্ৰাকসহ জব্দ কৰা হয় ২৪ টা চোৰাং গৰু । গৰু কঢ়িওৱা ট্ৰাকখনৰ নম্বৰ NL-০১-AC-৮৩৬৪ ।

হোজাইত ট্ৰাকসহ জব্দ ২৪ টা চোৰাং গৰু
হোজাইত ট্ৰাকসহ জব্দ ২৪ টা চোৰাং গৰু
author img

By

Published : Feb 25, 2021, 7:52 PM IST

হোজাই,২৫ ফেব্ৰুৱাৰী: ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । গৰুৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে এইবাৰ তৎপৰ হৈছে লংকা আৰক্ষী । বুধবাৰে হোজাই জিলাৰ ৰাণিপুখুৰী অঞ্চলত আৰক্ষীৰ তালাচী অভিযানত এখন ট্ৰাকসহ জব্দ কৰে ২৪ টা চোৰাং গৰু । গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত লংকা আৰক্ষী বিষয়া বিশ্বজ্যোতি শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে ট্ৰাকত অবৈধভাবে কঢ়িওৱা গৰুকেইটা জব্দ কৰিবলৈ সক্ষম হয় ।

হোজাইত ট্ৰাকসহ জব্দ ২৪ টা চোৰাং গৰু
হোজাইত ট্ৰাকসহ জব্দ ২৪ টা চোৰাং গৰু

অবৈধভাৱে গৰু কঢ়িওৱা ট্ৰাকখনৰ নম্বৰ NL-০১-AC-৮৩৬৪ । আৰক্ষীয়ে অবৈধভাৱে গৰু কঢ়িওৱা ট্ৰাকখনৰ লগতে ফাইজুল ইছলাম আৰু জহিৰ উদ্দিন তালুকদাৰ নামৰ দুজন লোকক আটক কৰে ।

হোজাইত ট্ৰাকসহ জব্দ ২৪ টা চোৰাং গৰু

জব্দ কৰা গৰু কেইটা বৰ্তমান উদালীৰ ইছলাম উদ্দিন বৰজাৰণি সাত নং পাউণ্ডত ৰখাৰ লগতে ঘটনা সন্দৰ্ভত লংকা আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক:একাপ চাহৰ বাবে ডিমৌত চুৰিকাঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.