ETV Bharat / state

লংকা ৰে’লৱে ইয়াৰ্ডত বিজেপি কৰ্মীক আক্ৰমণৰ অভিযোগ

author img

By

Published : May 20, 2021, 7:44 PM IST

ক’ভিড প্ৰট’কল ভংগ কৰি লংকাৰ ৰে’লৱে ইয়াৰ্ডত বিয়লি তিনি বজালৈকে ডালমিয়া চিমেণ্ট কোম্পানীৰ ফ্লাইচ লোডিঙৰ কাম কৰি থকা তথা সমগ্ৰ অঞ্চল প্ৰদূষিত কৰা সন্দৰ্ভত মাত মাতি আক্ৰমণৰ বলি হ’ল বিজেপি যুৱমৰ্চাৰ কৰ্মী ৷ মঙলবাৰে বিয়লি সংঘটিত হৈছে এই ঘটনা ৷

bjp-workers-allegedly-attacked-in-lanka-railway-yard
লংকা ৰে’লৱে ইয়াৰ্ডত বিজেপি কৰ্মীক আক্ৰমণৰ অভিযোগ

হোজাই, 20 মে’: লংকা ৰে’লৱে ইয়াৰ্ডত মঙলবাৰে বিয়লি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ক’ভিড প্ৰট’কল ভংগ কৰি লংকাৰ ৰে’লৱে ইয়াৰ্ডত বিয়লি তিনি বজালৈকে ডালমিয়া চিমেণ্ট কোম্পানীৰ ফ্লাইচ লোডিঙৰ কাম কৰি থকা তথা সমগ্ৰ অঞ্চল প্ৰদূষিত কৰা সন্দৰ্ভত মাত মাতি আক্ৰমণৰ বলি হ’ল বিজেপি যুৱমৰ্চাৰ কৰ্মী ৷

অভিযোগ অনুসৰি, একাংশ বিজেপি যুৱ মৰ্চাৰ কৰ্মকৰ্তাই লংকা ৰে’লৱে ইয়াৰ্ডত ফ্লাইচ লোডিঙৰ ফলত সৃষ্টি হোৱা প্ৰদূষণৰ প্ৰতিবাদ কৰাত চিমেণ্ট কোম্পানীৰ একাংশ কৰ্মচাৰীয়ে বিজেপি কৰ্মী কেইজনক মাৰিবলৈ উদ্যত হয় ৷ পৰৱৰ্তী সময়ত বিজেপি কৰ্মী কেইজনে কোনো মতে উক্ত স্থানৰ পৰা পলাই নিজৰ প্ৰাণ ৰক্ষা কৰি পৰৱৰ্তী সময়ত লংকা আৰক্ষী থানাত চিমেণ্ট ফেক্টৰী কৰ্মচাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷

লগত্ পঢ়ক: কেনে খাদ্য খাব ক’ভিড আক্ৰান্ত হোৱা সময়ত?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.