ETV Bharat / state

জন্মদিনতেই বিস্ফোৰক মন্তব্য বিধায়ক শিলাদিত্য দেৱৰ - হোজাইৰ ৰাজপথত কণ কণ শিশুক

বিধায়ক শিলাদিত্য দেৱে জন্মদিনৰ দিনাও কেতবোৰ বিষ্ফোৰক মন্তব্য প্ৰকাশ কৰা দেখা গ’ল ৷

birthday celebrations  hojai mla
হোজাইত ব্যতিক্ৰম ৰূপত বিধায়ক শিলাদিত্য দেৱৰ জন্মদিন পালন
author img

By

Published : Aug 6, 2020, 10:22 PM IST

হোজাই,6আগষ্টঃ বৃহস্পতিবাৰে হোজাইৰ ৰাজপথত কণ কণ শিশুক লৈ বিধায়ক শিলাদিত্য‌ই কেক কাটি পালন কৰিলে নিজৰ জন্মদিন । উল্লেখ্য যে, বৃহস্পতিবাৰে হোজাইৰ বিভিন্ন স্থানত পথ নিৰ্মাণৰ ১৪ টাকৈ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে ।

হোজাইত ব্যতিক্ৰম ৰূপত বিধায়ক শিলাদিত্য দেৱৰ জন্মদিন পালন

ইপিনে বুধবাৰে শোণিতপুৰত সংঘটিত হোৱা ঘটনাৰ প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে, এইটো দূৰ্ভাগ্যজনক কথা। য’ত ঘটনাটো সংঘটিত হৈছে তাত বাংলাদেশী মুছলমানৰ প্ৰভাৱ আছে । বাংলাদেশী মুছলমানৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত হোৱাৰ পিছত প্ৰকৃত ৰূপটো এনেদৰে দেখাই আছে। যোৱা কালি যি ৰাম মন্দিৰৰ ভূমি পুজন হ'ল ভাৰতবৰ্ষৰ মুছলমান সকলে ভাল পাব লাগিছিল । কিয়নো পূৰ্বতে তেওঁলোকে ৰামৰেই পূজা অৰ্চনা কৰিছিল । হিন্দুৰ পৰা মুছলমান হোৱা মানুহে এনে কাম কৰিব নোৱাৰে । এইখিনি কাম বাংলাদেশী মুছলমানেই কৰিছে বুলি বিষ্ফোৰক অভিযোগ কৰে বিধায়ক গৰাকীয়ে ।লগতে পঢ়কঃ শিলচৰ শ্মশানত ক'ভিড19 ৰোগীৰ মৃতদেহ সৎকাৰত বাধা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.