ETV Bharat / state

ধনৰ বিনিময়ত প্ৰাৰ্থীত্ব প্ৰদান নকৰে অসম জাতীয় পৰিষদে

author img

By

Published : Feb 18, 2021, 2:16 PM IST

অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ক্ৰমে কংগ্ৰেছ আৰু বিজেপি দলক কটাক্ষ কৰি কয় যে, অহা ২২ ফেব্ৰুৱাৰীৰ ভিতৰত অসমৰ কোনটো সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী প্ৰদান কৰিব সেই বিষয়ে অসমৰ ৰাইজে গম পাব ।

ধনৰ বিনিময়ত প্ৰাথীত্ব প্ৰদান নকৰে অসম জাতীয় পৰিষদে

বকো,18 ফেব্ৰুৱাৰী: ধনৰ বিনিময়ত দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰা নহ’ব বুলি উল্লেখ কৰিছে অসম জাতীয় পৰিষদে । বৃহস্পতিবাৰে বকোৰ ছমৰীয়াৰ ৰাম সৰস্বতী খেলপথাৰত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ এখন জাতীয় জন জাগৰণ সমাৱেশ অনুষ্ঠিত হয় ৷ অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ক্ৰমে কংগ্ৰেছ আৰু বিজেপি দলক কটাক্ষ কৰি কয় যে, ২২ ফেব্ৰুৱাৰীৰ ভিতৰত অসমৰ কোনটো সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী প্ৰদান কৰিব সেই বিষয়ে অসমৰ ৰাইজে গম পাব ।

ধনৰ বিনিময়ত প্ৰাৰ্থীত্ব প্ৰদান নকৰে অসম জাতীয় পৰিষদে

উল্লেখযোগ্য যে, অসম জাতীয় পৰিষদৰ বকো সমষ্টিত দ্বিতীয়খন বৃহৎ সভাত উপস্থিত থাকে দলটোৰ সভাপতি লুৰিণজ্যেতি গগৈ, উপ সভাপতি দুলু আহমেদ, সম্পাদক জগদীশ ভূঞাকে ধৰি অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কমিটি আৰু আঞ্চলিক কমিটিৰ বহুকেইজন নেতা ।

লগতে পঢ়কঃ হ্ৰাস পাইছে উৎপাদন: সংকটত পৰিছে ৰাজ্যৰ চাহ উদ্যোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.