হোজাই, 22 মাৰ্চঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমৰ্থক সকলৰ মাজত উৎকন্ঠা বাঢ়ি অহা দেখা গৈছে ৷ শুকুৰবাৰে নগাঁও লোকসভা সমষ্টিৰ পৰাসত্যৰঞ্জন বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী জনাইছে লংকা যুৱ প্ৰজন্ম মঞ্চই । ভাৰতীয় জনতা পাৰ্টিয়ে সংখ্যালঘু লোক সকলকপ্ৰধান্য দি অহা বুলি মন্তব্য কৰি সত্যৰঞ্জন বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবীজনায় দলটোৱে ৷
সত্যৰঞ্জন বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী যুৱ প্ৰজন্ম মঞ্চৰ - যুৱ মঞ্চ
নগাঁও লোকসভা সমষ্টিৰ সত্যৰঞ্জন বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী জনায় লংকা যুৱ মঞ্চই ।
সত্যৰঞ্জন বৰাক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী যুৱ প্ৰজন্ম মঞ্চৰ
হোজাই, 22 মাৰ্চঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমৰ্থক সকলৰ মাজত উৎকন্ঠা বাঢ়ি অহা দেখা গৈছে ৷ শুকুৰবাৰে নগাঁও লোকসভা সমষ্টিৰ পৰাসত্যৰঞ্জন বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী জনাইছে লংকা যুৱ প্ৰজন্ম মঞ্চই । ভাৰতীয় জনতা পাৰ্টিয়ে সংখ্যালঘু লোক সকলকপ্ৰধান্য দি অহা বুলি মন্তব্য কৰি সত্যৰঞ্জন বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবীজনায় দলটোৱে ৷
SLUG : LANKA ZUBA MONSHA DEMAND MP TICKET STORY
DATE : 22.03.2019
VIS : EMAIL
OC/VO
: লোক সভা নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে নগাঁও লোকসভা সমষ্টিত
বিজেপিৰ প্ৰাৰ্থীক লৈ জটিলতা অব্যাহত থকাৰ মাজতে টিকট প্ৰত্যাশি লগতে
সামৰ্থক সকলৰ মাজত উত্কন্ঠা বাঢ়িছে এই বাৰ নগাঁও লোকসভা সমষ্টিৰ সত্যৰঞ্জন
বৰাক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ দাবী জনাইছে লংকা যুৱ প্ৰজন্মই । ভাৰতী জনতা
পাৰ্টিযে সদায় যুৱ প্ৰজন্মক প্ৰধান্য দিয়া দেখা পোৱা যায় গতিকে এবাৰ নগাঁও
লোকসভা সমষ্টিৰ পৰা যুৱ প্ৰজন্মৰ এজন নেতা সত্যৰঞ্জন বৰাক টিকট দিব লাগে
বুলি দাবী জনায় লংকা যুৱ প্ৰজন্ম মঞ্চয়।
হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
Last Updated : Mar 22, 2019, 11:28 PM IST