ETV Bharat / state

হোজাইত চাইল্ড লাইন আৰু আৰক্ষীৰ সহযোগত কিশোৰী উদ্ধাৰ

হোজাইৰ লংকাত চাইল্ড লাইনৰ তত্পৰতাত উদ্ধাৰ হয় এগৰাকী কশোৰী। লংকাৰ ১নং শামবাড়ীৰ পৰা উদ্ধাৰ কৰা হয় কিশোৰীগৰাকীক।

author img

By

Published : Nov 23, 2020, 4:30 PM IST

হোজাইত এগৰাকী কিশোৰী উদ্ধাৰ
হোজাইত এগৰাকী কিশোৰী উদ্ধাৰ

হোজাই, ২৩ নৱেম্বৰ: বাল্য বিবাহ বন্ধ কৰাৰ বাবে চৰকাৰে সজাগতামূলক অভিযান চলায়ো একাংশৰ লোকৰ মানসিকতা সলনি কৰিব পৰা নাই। সকলো নীতি-নিৰ্দেশনালৈ বুঢ়া আঙুলি দেখুৱাই হোজাইৰ লংকাত এজন যুৱকৰে বিয়াত বহিবলৈ বাধ্য কৰোৱা হ'ল এগৰাকী কিশোৰীক।

হোজাইত এগৰাকী কিশোৰী উদ্ধাৰ
হোজাইত এগৰাকী কিশোৰী উদ্ধাৰ

সোমবাৰে স্থানীয় আৰক্ষীৰ সহযোগত চাইল্ড লাইন কৰ্তৃপক্ষই লংকাৰ ১নং শামবাড়ীৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰে। প্ৰায় ডেৰ মাহ পূৰ্বে ১নং শামবাড়ী নিবাসী নাৰায়ণ দেৱনাথ নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল কিশোৰীগৰাকী। সম্প্ৰতি চাইল্ড লাইনে কিশোৰীগৰাকীক উদ্ধাৰ কৰি হোজাইলৈ প্ৰেৰণ কৰিছে।

লগতে পঢ়ক:আৰম্ভ হৈছে ইউপিপিএলৰ পৰিৱৰ্তন যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.