ETV Bharat / state

ডংকামোকামত APDCLৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ - বিদ্যুৎ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা

বৃহস্পতিবাৰে ডংকামোকামস্থিত বিদ্যুৎ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত দিনজোৰা এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিভাগটোৰ কৰ্মচাৰীসকলে ৷

apdcl privatizations aginest protest at karbianglong
ডংকামোকামতো APDCLৰ ব্যক্তিগকৰণৰ বিৰোধীতাৰে প্ৰতিবাদ
author img

By

Published : Nov 26, 2020, 9:09 PM IST

হোজাই, 26নৱেম্বৰঃ অসম বিদ্যুৎ শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএলক ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ প্ৰতিবাদত বৃহস্পতিবাৰে ডংকামোকামস্থিত বিদ্যুৎ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত দিনজোৰা এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিভাগটোৰ কৰ্মচাৰীসকলে ৷

apdcl privatizations aginest protest at karbianglong
ডংকামোকামতো APDCLৰ ব্যক্তিগকৰণৰ বিৰোধীতাৰে প্ৰতিবাদ

পুৱা দহ বজাৰ পৰা বিয়লি পাঁচ বজালৈ ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকাম, বৈঠালাংছ আৰু উমপানাই বিদ্যু বিভাগৰ উপ-সংমণ্ডলৰ বিষয়া-বৰ্গৰ লগতে কৰ্মচাৰী সকলে মিলিত হৈ দিনজোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন শ্ল’গানেৰে কাৰ্যালয়টোত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়কঃ যোৰহাটত আৰক্ষীৰ জালত তথাকথিত সংগঠনৰ প্ৰবঞ্চক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.