ETV Bharat / state

Ajmal Foundation: দুখীয়া শৰীৰচৰ্চাবিদক সাহাৰ্য আজমল ফাউণ্ডেচনৰ

author img

By

Published : Aug 11, 2022, 5:10 PM IST

এজন দুখীয়া শৰীৰচৰ্চাবিদক সহায়ৰ বাবে আগবাঢ়ি আহিল আজমল ফাউণ্ডেচন(Ajmal Foundation)। যুৱকজনক আজমল ফাউণ্ডেচনৰ মহাপ্ৰৱন্ধক ড৹এম আৰ এইচ আজাদ আৰু হাম হাস্পতালৰ প্ৰশাসনিক বিষয়া মানিক তালুকদাৰৰ উপস্থিতিত ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয় ।

Ajmal Foundation
দুখীয়া শৰীৰ চৰ্চাবিদক সাহায্য় আজমল ফাউণ্ডেচনৰ

হোজাই, ১১আগষ্ট: এজন দুখীয়া শৰীৰচৰ্চাবিদক সহায়ৰ বাবে আগবাঢ়ি আহিল আজমল ফাউণ্ডেচন(Ajmal Foundation)। যুৱকজনে শৰীৰচৰ্চাবিদ হোৱাৰ সপোন পুহি ৰাখিছিল । শৰীৰচৰ্চা অব্য়াহত ৰাখিলেও ধনৰ অভাৱত উমৰ ফাৰুক চৌধুৰী নামৰএইজন যুৱক আগবাঢ়িব পৰা নাছিল । তেওঁৰ সৰ্বভাৰতীয় পৰ্যায়লৈ যোৱাৰ হেঁপাহ । যুৱকজনৰ এই সপোন পূৰণ কৰিবলৈ আগুৱাই আহিল হোজাইৰ আজমল ফাউণ্ডেচন ।

ইতিমধ্যে জিলা ভিত্তিত খেলি সফলতা লাভ কৰিছে যুৱকজনে ৷ এই যুৱকজনে সৰ্বভাৰতীয় পৰ্যায়ত যোৱাৰ পূৰ্বে Mister Assamৰ খিতাপ দখল কৰিব লাগে । কিন্তু আৰ্থিক দূৰৱস্থাৰ কাৰণে আগুৱাই যোৱাত বাধাৰ সৃষ্টি হয় মৰিগাঁওৰ মিলনপুৰ গাঁৱৰ আমছাৰ আলীৰ পুত্ৰ উমৰ ফাৰুক চৌধুৰীৰ । ইয়াৰ মাজতে আৰ্থিক দূৰাৱস্থাৰ খবৰ লাভ কৰে আজমল পৰিয়ালে । আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল(MP Badruddin Ajmal)আৰু যমুনামুখৰ বিধায়ক তথা ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশমৰ্মে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড৹ খচৰুল ইছলামে আগভাগ লয় । আজমল ফাউণ্ডেচনৰ মহাপ্ৰৱন্ধক ড৹ এম আৰ এইচ আজাদ আৰু হাম হাস্পতালৰ প্ৰশাসনিক বিষয়া মানিক তালুকদাৰৰ উপস্থিতিত ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয় যুৱকজনক।

লগতে পঢ়ক:Demand for Provincialization: ৰাজ্য়ৰ ২৪ হাজাৰ শিক্ষকক প্ৰাদেশিকীকৰণৰ আহ্বান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.