ETV Bharat / state

উদালী কাণ্ডৰ আন দুই অভিযুক্তক গ্ৰেপ্তাৰ - doctor attacked case

মঙলবাৰে নিশাই উদালী কাণ্ডৰ লগত জড়িত 24 জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল লংকা আৰক্ষীয়ে ৷ লংকা আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত চলাই গৈছিল অভিযান ৷ বৃহস্পতিবাৰে পুনৰ দুজন অপৰাধীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । অপৰাধী দুজন ক্ৰমে ইমদাদুৰ ৰহমান আৰু নুৰ হুছেইন বুলি জানিবলৈ দিছে আৰক্ষীয়ে । বৰ্তমানলৈকে উদালী কাণ্ডৰ মুঠ ২৬ জন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে লংকা আৰক্ষীয়ে ।

উদালী কাণ্ডৰ আন দুই অভিযুক্তক গ্ৰেপ্তাৰ
উদালী কাণ্ডৰ আন দুই অভিযুক্তক গ্ৰেপ্তাৰ
author img

By

Published : Jun 3, 2021, 1:57 PM IST

হোজাই,3 জুন: হোজাই জিলাৰ লংকাৰ উদালিৰ ক’ভিড কেয়াৰ কেন্দ্ৰত কৰ্মৰত চিকিৎসক গৰাকীক আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বুধবাৰ পৰ্যন্ত আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত 24 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘটনাত জড়িত সকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াৰ পিছত মঙলবাৰে নিশাই হোজাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় 24 জনকৈ অভিযুক্তক । ইফালে মহিলাসহ আটাইকেইজন অভিযুক্তক জেৰা অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে ।

উদালী কাণ্ডৰ আন দুই অভিযুক্তক গ্ৰেপ্তাৰ
উদালী কাণ্ডৰ আন দুই অভিযুক্তক গ্ৰেপ্তাৰ

উল্লেখ্য যে, হোজাই জিলাৰ উদালী কাণ্ড সন্দৰ্ভত লংকা আৰক্ষীয়ে চলাই যোৱা অভিযানত বৃহস্পতিবাৰে আৰু দুজন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । অপৰাধী দুজন ক্ৰমে ইমদাদুৰ ৰহমান আৰু নুৰ হুছেইন বুলি বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

বৰ্তমানলৈকে উদালী কাণ্ডৰ মুঠ ২৬ জন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে লংকা আৰক্ষীয়ে । বুধবাৰে গ্ৰেপ্তাৰ কৰা ২৪ জন অপৰাধীৰ ভিতৰত ৭ জন আৰক্ষীৰ জিম্মাত ১৪ জন ন্যায়িক জিম্মা আৰু ৩ জনক জুবিনেল কাষ্টিডিত দিয়ে আদালতে । বৃহস্পতিবাৰে আটক কৰা দুজনক ইতিমধ্যে হোজাইৰ শংকৰদেৱ নগৰস্থিত আদালতত হাজিৰ কৰে লংকা আৰক্ষীয়ে ।

লগতে পঢ়ক: লংকাৰ চিকিৎসকক আক্ৰমণৰ ঘটনাত জড়িত ২4 জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.