ETV Bharat / state

যোগান বিভাগৰ অভিযানত জব্দ 80 টা চিলিণ্ডাৰ

author img

By

Published : Jun 21, 2020, 12:26 PM IST

Updated : Jun 21, 2020, 2:19 PM IST

উপায়ুক্তৰ নিৰ্দেশমৰ্মে যোগান বিভাগ আৰু জিলা প্ৰশাসনে যুটীয়াভাৱে অভিযান চলাই মাজগাঁও আৰু কামাৰ গাঁৱৰ পৰা 80 টাকৈ অবৈধ চিলিণ্ডাৰ জব্দ কৰে বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলটোৱে ৷

80 cylinders seized in hojai
80 cylinders seized in hojai

হোজাই, 21 জুনঃ হোজাই জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে যোগান বিভাগ আৰু জিলা প্ৰশাসনে অবৈধ গেছৰ ব্যৱসায়ৰ বিৰুদ্ধে যুটীয়াভাৱে এক অভিযান চলায় ৷ এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযানকাৰী দলটোৱে দুঠাইত অভিযান চলাই অবৈধ চিলিণ্ডাৰ জব্দ কৰে বুলি জানিবলৈ দিয়ে ৷ ইতিমধ্যে 80 টাকৈ চিলিণ্ডাৰ অভিযানকাৰী দলটোৱে জব্দ কৰা বুলি উল্লেখ কৰে ৷

হোজাইত এক অভিযানত জব্দ 80 টাকৈ চিলিণ্ডাৰ

মাজগাঁৱৰ আফাজ আটিয়া আৰু যমুনামুখৰ কামাৰ গাঁৱৰ মণি ৰয়ৰ বাসগৃহত অভিযান চলাই অভিযানকাৰী দলটোৱে চিলিণ্ডাৰ কেইটা জব্দ কৰে ৷ সমগ্ৰ বিষয় সন্দৰ্ভত অতি শীঘ্ৰেই তদন্ত কৰা হ'ব বুলি জানিবলৈ দিয়াৰ লগতে, পৰৱৰ্তী সয়মতো ভিন্ন এলেকাত তেওঁলোকৰ অভিযান অব্যাহত থাকিব বুলিও জানিবলৈ দিয়ে যোগান বিষয়া আৰু চক্ৰ বিষয়াই ৷

লগতে পঢ়কঃ মীন আইন ভংগকাৰীৰ বিৰুদ্ধে বৰপেটা জিলা মীন বিভাগৰ অভিযান

Last Updated : Jun 21, 2020, 2:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.