ETV Bharat / state

লংকাৰ চিকিৎসক নিগ্ৰহৰ ঘটনাৰে জড়িত 26 জনক আটক

author img

By

Published : Jun 3, 2021, 4:28 PM IST

বৰ্তমানলৈকে উদালী কাণ্ডৰ মুঠ ২৬ জন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে লংকা আৰক্ষীয়ে । বুধবাৰে গ্ৰেপ্তাৰ কৰা ২৪ জন অপৰাধীৰ ভিতৰত ৭ জন আৰক্ষীৰ জিম্মাত ১৪ জন ন্যায়িক জিম্মা আৰু ৩ জনক জুবেনাইল কাষ্টডিত দিয়ে আদালতে । বৃহস্পতিবাৰে আটক কৰা দুজনক ইতিমধ্যে হোজাইৰ শংকৰদেৱ নগৰস্থিত আদালতত হাজিৰ কৰে লংকা আৰক্ষীয়ে ।

26 arrested in Hojai case
লংকাৰ চিকিৎসক নিগ্ৰহৰ ঘটনাৰে জড়িত 26 জনক আটক

হোজাই, 3 জুন : হোজাই জিলাৰ লংকাৰ উদালিৰ ক’ভিড কেয়াৰ কেন্দ্ৰত কৰ্মৰত চিকিৎসক গৰাকীক আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বৃহস্পতিবাৰ পৰ্যন্ত আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত 26 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘটনাত জড়িত সকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াৰ পিছত মঙলবাৰে নিশাই হোজাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় 24 জনকৈ অভিযুক্তক । ইফালে মহিলাসহ আটাইকেইজন অভিযুক্তক জেৰা অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে ।

বুধবাৰলৈকে চিকিৎসক নিগ্ৰহৰ উক্ত ঘটনাৰে জড়িত 24 জন অভিযুক্ত ক্ৰমে: মঃ কামাৰ উদ্দিন (৩৪), জয়নাল উদ্দিন (৪৭), ৰেহান উদ্দিন (৩২) , ৰাইজুল ইছলাম (২৭) , ৰহিম উদ্দিন (৪৪) , জমিল আহমেদ (২২) , চাহিল ইছলাম ( ১৮), মিচবাহ বেগম (৩০), চাইদুল আলম ( ১৮), ৰহিম উদ্দিন (৫৫), তইবুৰ ৰহমান (৩৫), আব্দুল কালাম (২৫), নজৰুল ইছলাম (৩২), আব্দুল গানী(৩২), দিলোৱাৰ হুছেইন ( ৩২), আব্দুল হুছেইন (২৭), আনোৱাৰ হুছেইন ( ২৫), ইক্ৰামুল হুছেইন ( ৩৫), নাচিৰ উদ্দিন ( ৩০), আলিম উদ্দিন (৫৮), চৰিফ উদ্দিন (৩৫), চফিক উদ্দিন ( ৩২), মফিজুৰ ৰহমান( ১৮) আৰু মতিবুৰ ৰহমান( ৪৮) ৷ ইফালে লংকা আৰক্ষীয়ে চলাই যোৱা অভিযানত বৃহস্পতিবাৰে আৰু দুজন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । অপৰাধী দুজন ক্ৰমে ইমদাদুৰ ৰহমান আৰু নুৰ হুছেইন বুলি বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: কৰিমগঞ্জত বন বিভাগৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.