ETV Bharat / state

হোজাইত উদ্ধাৰ 12 ফুট দীঘল অজগৰ

হোজাইত উদ্ধাৰ 12 ফুট দীঘলৰ অজগৰ ৷ আমতলা গাঁৱৰ এজন ব্যক্তিৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয় অজগৰটো ৷

12 Feet Long Python Rescued In Hojai. It Weighs 25 Kg
হোজাইত উদ্ধাৰ 12 ফুট দীঘল অজগৰ
author img

By

Published : Aug 23, 2020, 3:16 PM IST

হোজাই, 23 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে দেওবাৰে হোজাইৰ আমতলা গাঁৱত উদ্ধাৰ কৰা হয় এডাল প্ৰকাণ্ড অজগৰ ৷ ইবচৌ সিংহ নামৰ ব্যক্তিজনৰ কুকুৰাৰ গৰালৰ পৰা উদ্ধাৰ কৰা হয় অজগৰটো ৷

হোজাইত উদ্ধাৰ 12 ফুট দীঘল অজগৰ

তথ্য অনুসৰি, উদ্ধাৰ কৰা অজগৰটো প্ৰায় 12 ফুট দীঘল আৰু 25 কেজি ওজনৰ বুলি বন বিভাগৰ লোকে জানিব দিয়ে ৷ পৰৱৰ্তী সময়ত বন বিভাগৰ লোক উপস্থিত হৈ অজগৰটো হেনডুবি বনাঞ্চলত মুকলি কৰে দিয়ে ৷

হোজাইত উদ্ধাৰ 12 ফুট দীঘল অজগৰ

উল্লেখ্য যে, শেহতীয়া তথ্য অনুসৰি, হোজাই জিলাত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 2100 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 1160 আৰু জিলাখনত মৃতকৰ সংখ্যা 1 গৰাকী ৷ একেদৰে অসমত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 87908 গৰাকী ৷ সুস্থ ৰোগীৰ সংখ্যা 65598 গৰাকী আৰু মৃতকৰ সংখ্যা 227 গৰাকী ৷

লগতে পঢ়ক : গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা চোৰৰ পলায়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.