ETV Bharat / state

হাইলাকান্দি আৰক্ষীৰ পূজাত ব্যতিক্ৰমী চিন্তা

অভূতপূৰ্ব থিমেৰে দৰ্শনাৰ্থীৰ দৃষ্টি আকৰ্ষণ হাইলাকান্দি আৰক্ষীৰ ৷ পৰিবেশ সজাগতাৰ পদক্ষেপ ৷

হাইলাকান্দি আৰক্ষীৰ পূজাত জলসংৰক্ষণৰ সজাগতা
author img

By

Published : Oct 5, 2019, 9:54 AM IST

হাইলাকান্দি, 5 অক্টোবৰ: হাইলাকান্দি জিলা আৰক্ষী দুৰ্গাপূজ‍া কমিটিয়ে 'জল সংৰক্ষণ 'ৰ এক ব্যতিক্ৰমী থিমেৰে ৰাইজক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ সমগ্ৰ পৃথিৱীত খোৱাপানীৰ সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তেই বৰষুণৰ পানীৰ সংৰক্ষণৰ চিন্তাধাৰাৰে তেওঁলোকে সজাগতাৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে ।

বিশেষকৈ উত্তৰ-পূবৰ দৰে অধিক বৰষুণ হোৱা ৰাজ্যসমূহত বৰষুণৰ পানীক সম্পদ হিচাপে গ্ৰহণ কৰি তাৰ যথাযোগ্য ব্যৱহাৰত অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লোৱা হৈছে । হাইলাকান্দি আৰক্ষী বিষয়া আৰু জোৱানসকলে মিলিত হৈ আয়োজন কৰা এই পূজাখনত ব্যতিক্ৰমী চিন্তাধাৰা প্ৰত্যক্ষ কৰিবলৈ ষষ্ঠীৰ পৰাই ভিৰ কৰিছে দৰ্শনাৰ্থীয়ে।

মহাষষ্ঠীৰ সন্ধিয়া আনুষ্ঠানিকভাৱে মণ্ডপৰ উদ্বোধন কৰে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক প্ৰবিন্দ্ৰ কুমাৰ নাথে। উদ্বোধনৰ পিছতে আৰক্ষী অধীক্ষকগৰাকীয়ে এনে চিন্তাই ৰাইজৰ মাজত খোৱাপানীৰ সংৰক্ষণকলৈ সচেতনতাৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে।

হাইলাকান্দি আৰক্ষীৰ পৰিবেশ সজাগতাৰ পদক্ষেপ

Intro:SLUG :: জল সংৰক্ষণ থিম হাইলাকান্দি আৰক্ষী দুৰ্গ‍পূজাৰ।
Body:
O/C :: সমগ্ৰ পৃথিবীত খোৱা পানীৰ সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰা সময়ত বৰষুণৰ পানীৰ সংৰক্ষণ আৰু ব্যৱহাৰে এক বিশেষ গুৰুত্বলাভ কৰিছে। বিশেষকৈ উত্তৰ পূব ৰ দৰে অধিক বৰষুণ হোৱা ৰাজ্য সমূহত বৰষুণৰ পানীক সম্পদ হিচাপে গ্ৰহণ কৰি তাৰ যথাযোগ্য ব্যৱহাৰত অগ্ৰাধিকাৰ দিব লাগে। এনেই এক থিমক কেন্দ্ৰ কৰি হাইলাকান্দি জিলা আৰক্ষী দুৰ্গাপূজ‍া কমিটিয়ে। হাইলাকান্দি আৰক্ষী বিষয়া আৰু জোৱান সকলে মিলি আয়োজন কৰা এই পূজা খনত এই ব্যতিক্ৰমি চিন্তা ধাৰা চাবলৈ ষষ্টিৰ পৰাই ভিৰ কৰিছে দৰ্শনাৰ্থীয়ে। মহাষষ্ঠীৰ সন্ধিয়া ফিতা কাটি আনুষ্ঠানিক ভাবে মণ্ডপৰ উদ্বোধন কৰে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক প্ৰবিন্দ্ৰ কুমাৰ নাথে। উদ্বোধনৰ পিছতে আৰক্ষী অধীক্ষক গৰাকীয়ে এইখন মণ্ডপে ৰাইজৰ ভিতৰৰ খোৱা পানীৰ সংৰক্ষণকলৈ সচেতনতাৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে।

byte :: Prabindra Kumar Kar, SP Hailakandi 

######Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.