ETV Bharat / state

সকলো মোডী উপাধিৰ লোককে চোৰ আখ্যা অসমৰ এগৰাকী বিধায়কৰ

author img

By

Published : Mar 23, 2019, 2:24 PM IST

কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী স্বৰূপ দাসৰ সমৰ্থনত  হাইলাকান্দিৰ কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত এই মন্তব্য কৰে কংগ্ৰেছী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই ৷ তেওঁ উল্লেখ কৰে নীৰৱ মোডী, ললিত মোডী, সুশীল মোডীৰ লুন্ঠনৰ প্ৰসংগ ৷

মোডী উপাধিৰ লোকে সকলো চোৰ কৰিব পাৰেঃ কমলাক্ষ দে'

হাইলাকান্দি, 23 মাৰ্চঃ"মোডী উপাধিৰ লোকে সকলো চুৰিকৰিব পাৰে"- এই ব্যক্তব্য কৰিছে কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই ৷ কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী স্বৰূপ দাসৰ সমৰ্থনত হাইলাকান্দিৰ কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত এই মন্তব্য কৰাৰ লগতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাতো একেই মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

মোডী উপাধিৰ লোকে সকলো চোৰ কৰিব পাৰেঃ কমলাক্ষ দে'
বিধায়কগৰাকীয়ে মন্তব্যত নীৰৱমোডী, ললিত মোডী, সুশীল মোডীৰ লুন্ঠনৰ প্ৰসংগৰ উদাহৰণদিয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পি এম ডিৰ অধীনত এহেজাৰ কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ কৰে ৷ মোডী উপাধিৰ লোকে লুন্ঠন-দুৰ্নীতি সংঘটিত কৰিলেও কোনো আইনী ব্যবস্থা গ্ৰহণ কৰা নহয় বুলিও কয় কংগ্ৰেছী বিধায়কগৰাকীয়ে ৷ ইপিনে মোডীক বাদ দি ৰাহুল গান্ধীক দেশৰ প্ৰধানমন্ত্ৰী বনাবলৈ কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনায় পুৰকায়স্থই ৷

Slug:-ভাৰতত থকা সকলো মোদী চোৰ। মন্তব্য বিধায়ক কমলাক্ষ দে পুৰকাইস্তৰ।

Feed:-FTP A_HKD_23MAR_801_TO_802_CONGRESS_METTING_VISUAL_&_BYTE_ANUPOM_SINGHA

Script:-MAIL

O/C:- এই দেশৰ মোদী উপাধিধারিরা সকলোৱে চোৰ । এইখন আমাৰ কথা নহয়। এনে মন্তব্য কৰিছে কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুরকায়স্থয়ে । কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্রার্থী স্বরূপ দাসৰ সমৰ্থনত হাইলাকান্দিৰ কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত এনে মন্তব্য কৰে বিধায়ক পূৰকায়স্হয়ে । তেওঁ  দীঘলীয়া এখন তালিকা উল্লেখ কৰি কয় নীৰব মোদী, ললিত মোদী, সুশীল মোদীক ধৰি এনে কেবাজন মোদী উপাধিৰ মানুহ আছে যিবিলাকে হেজাৰ হেজাৰ কোটি টকা আত্মসাত কৰিছে । যিবিলাকে দেশৰ টকা এনেকুৱাভাবে লুন্ঠন কৰিছে  তেওঁলোক সকলোৱে মোদী উপাধিধারিরা । সিকাৰনে মোদী উপাধিধারি সকলক চোৰ বুলি অভিহিত কৰিছে কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুরকায়স্থয়ে ।এই কাৰনে এইবাৰ মোদীক বাদ দি ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী বনোৱাৰ ভাবে কংগ্ৰেছক ভোট দিয়াৰ আহ্বান জনালে বিধায়ক কমলাক্ষ দে পুৰকায়স্তয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.