ETV Bharat / state

হাইলাকান্দিত বন বিভাগৰ নেতৃত্বত অবৈধ বালি ছিণ্ডিকেট ! - AJYCP

হাইলাকান্দিত বন বিভাগৰ নেতৃত্বত অবৈধ বালি ছিণ্ডিকেটৰ অভিযোগ AJYCP ৰ নেতা কবিৰ আহমেদ লস্কৰৰ ৷ হাইলাকান্দি বন বিষয়াৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনায় যুৱ নেতাগৰাকীয়ে ৷

হাইলাকান্দি
হাইলাকান্দিত বন বিভাগৰ নেতৃত্বত অবৈধ বালি ছিণ্ডিকেট!
author img

By

Published : Feb 2, 2020, 6:46 PM IST

হাইলাকান্দি, 2 ফেব্ৰুৱাৰীঃ হাইলাকান্দিত বন বিভাগক মেনেজ কৰি অসম চৰকাৰৰ ৰাজহ চক্ৰ ফাঁকি দি মিজোৰামলৈ বালি ব্যৱসায় কৰা অভিযোগ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা কবিৰ আহমেদ লস্কৰে একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ ৷

বিলাইপুৰ আৰু ধলছৰা অঞ্চলত বন বিভাগক মেনেজ কৰি ব্যৱসায়ীসকলে নদীৰ পৰা ট্ৰাকে ট্ৰাকে মিজোৰামলৈ বালি প্ৰেৰণ কৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷ ঘটনা সন্দৰ্ভত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বন বিভাগৰ অধিকাৰীসকলক অৱগত কৰে যদিও তেখেতসকল ভূমিকা ৰসহ্যজনক বুলি মন্তব্য কৰে ৷

হাইলাকান্দিত বন বিভাগৰ নেতৃত্বত অবৈধ বালি ছিণ্ডিকেট!

যুৱ নেতাগৰাকীয়ে কয়, বালি ছিণ্ডিকেট হাইলাকান্দি বন বিভাগৰ মাটিজুৰি ৰেঞ্জৰ আৰু বনাঞ্চলিক বিষয়া মেহেদী হাছানৰ নেতৃত্বত চলি আছে আৰু এই ছিণ্ডিকেটৰ ভাগ মন্ত্ৰীলৈ গৈ আছে বুলি অভিযোগ উত্থাপন কৰে ৷ ইয়াৰোপৰি হাইলাকান্দি বন বিভাগৰ বিষয়া দেবেন্দু বিশ্বাস আৰু মাটিজুৰি ৰেঞ্জৰ মেহেদী হাছানৰ বিৰুদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনায় লস্কৰে ৷ অন্যথা হাইলাকান্দি বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ দিয়ে যুৱ নেতাগৰাকীয়ে ।

আৰু পঢ়কঃ বৰপেটাত অনুষ্ঠিত 'আইদেউৰ বুলনি' শীৰ্ষক অনুষ্ঠান

Intro:Slug:-বন বিভাগৰ নেতৃত্বত অবৈধ বালি ছিণ্ডিকেট হাইলাকান্দিত।

Body:O/C:-বন বিভাগক মেনেজ কৰি অসম চৰকাৰৰ ৰাজহ চক্ৰ ফাকি দি মিজোৰামলৈ বালি পাচাৰ একাংশ ব্যবসায়ীৰ।এই দৃশ্যলৈ মন কৰক এই দৃশ্য হৈছে অসম মিজোৰাম সীমান্তৰ হাইলাকান্দি জিলাৰ বিলাইপুৰ,ধলছৰা অঞ্চল।এই বিলাইপুৰ আৰু ধলছৰা অঞ্চলতো ৰিসাৱ ফৰেস্টৰ বিতৰত পৰে কিন্তু অবৈধভাবে বন বিভাগক মেনেজ কৰি বিভিন্ন বালি ব্যবসায়ীয়ে নদীৰ পৰা বলি উটাই ট্ৰাকে ট্ৰাকে মিজোৰামলৈ প্ৰেৰন কৰিয়াছে বালি ভৰতি ট্ৰাক কিন্ত নিমাত বনমন্ত্ৰী পৰিমল শুক্লবৌদ্য আৰু হাইলাকান্দি বন বিভাগৰ আধিকাৰিক সকল।ইপিনে অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ নেতা কবিৰ আহমেদ লস্কৰে কয় যে এই অবৈধ বালি ছিণ্ডিকেট হাইলাকান্দি বন বিভাগৰ মাটিজুৰি ৰেন্জৰ BEAT OFFICER মেহেদী হাছানৰ নেতৃত্বত চলি আছে অাৰু এই ছিণ্ডিকেটৰ ভাগ মন্ত্ৰীলৈ ও গৈআছে বুলি অভিযোগ উত্তাপন কৰিছে নেতাজনে লগতে কয় যে কেবল বালি ও নহয় কাঠ আৰু স্যাৰৰ ছিণ্ডিকেট ও চলি আছে বুলি অভিযোগ উত্তাপন কৰিছে । হাইলাকান্দি বন বিভাগৰ বিষয়া দেবেন্দু বিস্বাস আৰু মাটিজুৰি ৰেজ্ঞ অফিসাৰ মেহেদী হাছানৰ বিৰুদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনায় অন্যতা হাইলাকান্দি বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুমকি প্ৰদান কৰে নেতাজনে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.