ETV Bharat / state

হাইলাকান্দিত পঞ্চায়ত প্ৰতিনিধিৰ প্ৰতিবাদ - protest

"হাইলাকান্দি গ্ৰামোন্নয়ন বিভাগত ছিণ্ডিকেটৰাজৰ অভিযোগ। দলালৰ সহায়তাত একাংশ বিষয়াই চলাইছে ছিণ্ডিকেটৰাজ!

হাইলাকান্দিত পঞ্চায়ত প্ৰতিনিধিৰ প্ৰতিবাদ
author img

By

Published : Jun 22, 2019, 4:30 PM IST

হাইলাকান্দি, 22জুনঃ "হাইলাকান্দি গ্ৰামোন্নয়ন বিভাগত চলিছে ছিণ্ডিকেটৰাজ। দলালৰ সহায়তাত একাংশ বিষয়াই চলাইছে ছিণ্ডিকেটৰাজ।" এই অভিযোগেৰে শনিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে হাইলাকান্দিৰ পঞ্চায়ত প্ৰতিনিধিসকলে ৷ ইপিনে প্ৰায় ৬ মাহ পূৰ্বে নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলে দায়িত্বভাৰ গ্ৰহণ কৰিলেও এতিয়ালৈকে আৰম্ভ কৰিব পৰা নাই উন্নয়নমূলক কোন কাম। অৱশেষত শনিবাৰে এই দলালসকলৰ বিৰুদ্ধে জিলাখনৰ সকলো পৰ্যায়ৰ পঞ্চায়ত প্ৰতিনিধিসকল একত্ৰিত হৈ এক প্ৰতিবাদী সভাৰ আয়োজন কৰে। পিছত প্ৰতিনিধি সকলে এক সমদলৰ যোগেদি জিলা উপায়ুক্তক এই সন্দৰ্ভত এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷

SLUG :: হাইলাকান্দিত পঞ্চায়ত প্ৰতিনিধিৰ প্ৰতিবাদ। 

O/C :: হাইলাকান্দি গ্ৰামোন্নয়ন বিভাগত চলিছে ছিণ্ডিকেটৰাজ। দলালৰ সহায়তাত  একাংশ বিষয়ায় চলাইছে ছিণ্ডিকেট। প্ৰায় ৬ মাহ পূৰ্বে নব নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলে দায়িত্বভাৰ গ্ৰহন কৰিলেও এতিয়ালৈকে আৰম্ভ কৰিব পৰা নাই উন্নয়ন মূলক কোন কাম। অবশেষত আজি এই দলাল সকলোৰ বিৰুদ্ধত জিলাৰ সকলো পৰ্যায়ৰ পঞ্চায়ত প্ৰতিনিধি সকল একত্ৰিত হৈ এক প্ৰতিবাদী সভাৰ আয়োজন কৰে। পিছত এক সমদলৰ যোগেদি জিলা উপায়ুক্তক এই সন্ধৰ্ভত এক স্মাৰকপত্ৰ প্ৰেৰন কৰে হাইলাকান্দি জিলাৰ পঞ্চায়ত প্ৰতিনিধি সকলে।

byte :: PRI members
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.