হাইলাকান্দি, 26 জুলাই : পথৰ দুৰৱস্থাত অতিষ্ঠ হাইলাকান্দিৰ ব্ৰজপুৰ আৰু ৰতনপুৰ অঞ্চলৰ ৰাইজ ৷ দীৰ্ঘদিন ধৰি বিধ্বস্ত পথচোৱাৰে অহা-যোৱা কৰি জ্বলাকলা খাই অহা ৰাইজ অৱশেষত ওলাই আহিল ৰাজপথলৈ ৷ গড়কাপ্তানি বিভাগ, চৰকাৰ তথা স্থানীয় বিধায়কৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ লগতে 10 দিনৰ ভিতৰত পথচোৱা ঠিক নকৰিলে জিলা পথ অৱৰোধ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে ৷
পথৰ দুৰৱস্থা : হাইলাকান্দিত ওলাই আহিল ৰাইজ - হাইলাকান্দি
পথ নহয় পুখুৰীহে ৷ পথৰ দুৰৱস্থাত অতিষ্ঠ ব্ৰজপুৰ আৰু ৰতনপুৰ অঞ্চলৰ ৰাইজ ৷
পথৰ দুৰৱস্থা : হাইলাকান্দিত ওলাই আহিল ৰাইজ
হাইলাকান্দি, 26 জুলাই : পথৰ দুৰৱস্থাত অতিষ্ঠ হাইলাকান্দিৰ ব্ৰজপুৰ আৰু ৰতনপুৰ অঞ্চলৰ ৰাইজ ৷ দীৰ্ঘদিন ধৰি বিধ্বস্ত পথচোৱাৰে অহা-যোৱা কৰি জ্বলাকলা খাই অহা ৰাইজ অৱশেষত ওলাই আহিল ৰাজপথলৈ ৷ গড়কাপ্তানি বিভাগ, চৰকাৰ তথা স্থানীয় বিধায়কৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ লগতে 10 দিনৰ ভিতৰত পথচোৱা ঠিক নকৰিলে জিলা পথ অৱৰোধ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে ৷
Intro:Slug:-হিমন্ত বিশ্ব শৰ্মাৰ ধ্বনিৰে উত্তাল প্ৰতিবাদ ৰাইজৰ ।
Body:O/C:-ৰাজ্যৰ প্ৰতাপি মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নামত মুৰ্দাবাদ ধ্বনি দিছে তেওঁলোকে । কোন তেওঁলোক কিহৰ বাবে এওঁলোকৰ এনে খং উঠিছে ।এওঁলোক হৈছে হাইলাকান্দি জিলাৰ ব্ৰজপুৰ আৰু ৰতনপুৰ অঞ্চলৰ ৰাইজ। এওঁলোকৰ খংৰ কাৰন হৈছে বেয়া সড়ক । হাইলাকান্দিৰ ব্ৰজ্যপুৰ -ৰতনপুৰ গড়কাপ্তানী বিভাগৰ সড়কখন দীৰ্ঘ দিনৰ পৰা বেহাল হৈ আছে । এই সড়ক দি চলাচলকারী ৰাইজে বিশেষ দুৰ্ভোগ ভোগী আছে । অবশেষত উপায়ন্তৰ হৈ ৰাইজে পথত নামি প্ৰতিবাদ জনাইছে ।তেওঁলোকে গড়কাপ্তানী মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নামত মুৰ্দাবাদ ধ্বনি দি ক্ষোভ প্ৰকাশ কৰিছে । স্থানীয় ৰাইজে দশদিনৰ সময়সীমা বান্ধি দিছে যদি এই সময়ৰ ভিতৰতে সড়কখনৰ সংস্কাৰ কৰা নহয় তেনেহলে তেওঁলোকে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰিব ।।Conclusion: