ETV Bharat / state

পুনৰ প্ৰতিবাদত উত্তাল পাঁচগ্ৰাম কাগজকল - পাঁচগ্ৰাম কাগজকল শেহতীয়া বাতৰি

পাঁচগ্ৰাম কাগজকলৰ অস্থায়ী কৰ্মীসকলৰ লগতে তেঁওলোকৰ পৰিয়ালৰ লোকসকলে মঙলবাৰে পুনৰ কাগজকলটোৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলৰ অভিযোগ বিগত 18 মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে তেঁওলোক ৷

Panchgram paper mill casual worker protest
পুনৰ প্ৰতিবাদত উত্তাল পাঁচগ্ৰাম কাগজকল
author img

By

Published : Feb 18, 2020, 8:29 PM IST

হাইলাকান্দি, 18 ফেব্ৰুৱাৰীঃ পুনৰ প্ৰতিবাদত উত্তাল হ’ল পাঁচগ্ৰাম কাগজকল ৷ কাগজকলটোৰ অস্থায়ী কৰ্মীসকলৰ লগতে তেঁওলোকৰ পৰিয়ালৰ লোকসকলে মঙলবাৰে পুনৰ কাগজকলটোৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলৰ অভিযোগ বিগত 18 মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে তেঁওলোক ৷ আনহাতে, ৰাজ্য চৰকাৰে কাগজকলৰ কৰ্মীসকলৰ সন্তানৰ শিক্ষাৰ বাবে স্ক’লাৰশ্বিপৰ যোগান ধৰে যদিও সেইয়া কেৱল স্থায়ী কৰ্মচাৰীসকলেহে লাভ কৰে ৷ ইয়াৰ উপৰিও কাগজকলটোৰ অস্থায়ী কৰ্মীসকলৰ বকেয়া ধন মুকলি কৰি দিয়াৰ বাবেও দাবী উত্থাপন কৰে ৷

প্ৰতিবাদত উত্তাল পাঁচগ্ৰাম কাগজকল

লগতে পঢ়ক-ধেমাজি আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ভৱন পৰিদৰ্শন প্ৰদান বৰুৱা আৰু ৰণোজ পেগুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.