ETV Bharat / state

হাইলাকান্দি গ্ৰামোন্নয়ন বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ - হাইলাকান্দি

কামৰ প্ৰাপ্য অৰ্থ বিচৰাৰ পিছত খণ্ড উন্নয়ন বিষয়া সুস্মিতা দাস, কনিষ্ঠ অভিযন্তা আমাজ উদ্দিন বৰভূঁঞা আৰু জি আৰ এছ তাজউদ্দিনে দাবী কৰে ২০ হাজাৰ টকা

GOOD
author img

By

Published : Feb 2, 2019, 5:01 PM IST

VIDEO
হাইলাকান্দি ২ ফেব্ৰুৱাৰীঃ
undefined
সলনি হ'ল ৰাজ্যৰ পঞ্চায়ত ব্যৱস্থা। কিন্তু পৰিৱৰ্তন নাহিল একাংশ বিষয়া কৰ্মচাৰীৰ মানসিকতাৰ। কামৰ বিনিময়ত ধন দাবীৰ ঘটনা এতিয়াও অব্যাহত আছে অসমত। এইবাৰ ঘটনাৰ স্থান হাইলাকান্দি। কামৰ বিনিময়ত ধন দাবী কৰাৰ অভিযোগত হাইলাকান্দিত ৰাইজে গোচৰ তৰিছে তিনি গৰাকীকৈ গ্ৰামোন্নয়ন বিষয়াৰ ওপৰত। MGNREGA আচনীৰ ধন মুকলাই দিয়াৰ বাবে ধন বিচৰাৰ অভিযোগ এই তিনি গৰাকীৰ বিৰুদ্ধে।

MNREGA
PHOTO3
জানিব পৰা মতে MGNREGA আচনিৰ অধীনত হাইলাকান্দি উন্নয়ন খণ্ডৰ এটা পথ নিৰ্মাণ কৰে গাঁওবাসীয়ে। কিন্তু কামৰ প্ৰাপ্য অৰ্থ বিচৰাৰ পিছত খণ্ড উন্নয়ন বিষয়া সুস্মিতা দাস, কনিষ্ঠ অভিযন্তা আমাজ উদ্দিন বৰভূঁঞা আৰু জি আৰ এছ তাজউদ্দিনে দাবী কৰে ২০ হাজাৰ টকা। এই অৰ্থ প্ৰদান নকৰিলে আচনিৰ ধন মুকলি নকৰাৰ ভাবুকি দিয়ে বিষয়া সকলে। পিছত উপায়ন্তৰ হৈ গাঁওবাসীয়ে কাষ চাপিলে আইনৰ।

SLUG :: হাইলাকান্দি গ্ৰামোন্নয়ন বিষয়া কৰ্মচাৰীৰ উপৰত গোচৰ। 

O/c :: কামৰ বিনিময়ত ধন দাবী কৰাৰ অভিযোগত হাইলাকান্দিত ৰাইজে গোচৰ তৰিছে তিনি গৰাকী গ্ৰামোন্নয়ন কৰ্মী বিষয়াৰ উপৰত। MGNREGA অাচনীৰ ধন মুকলাই দিয়াৰ বাবে ধন বিচৰাৰ অভিযোগ এই তিনি গৰাকীৰ উপৰত। 

V/O :: সলনি হল ৰাজ্যৰ পঞ্চায়ত ব্যবস্হা। কিন্তু পৰিবৰ্তন নাহিল একাংশ বিষয়া কৰ্মচাৰীৰ মানসিকতাত। কামৰ বিনিময়ত ধন দাবীৰ ঘটনা এতিয়াও অব্যাহত। এইবাৰ ঘটনাৰ স্থান হাইলাকান্দি। হাইলাকান্দি উন্নয়ন খণ্ডৰ অধীনত থকা এই পথটো MGNREGA অাচনীৰ অধীনত নিৰ্মাণ কৰিছিল গঞায়। কিন্তু কামৰ প্ৰাপ্য অৰ্থ বিচৰাৰ পিছত খণ্ড উন্নয়ন বিষয়া ছুছমিতা দাম, কনিষ্ঠ অভিযন্তা আমাজ উদ্দিন বড়ভূঞা আৰু জি আৰ এছ তাজ উদ্দিনে দাবী কৰিলে ২০ হাজাৰ টকা। এই অৰ্থ প্ৰদান নকৰিলে আচনীৰ ধন মুকলি নকৰাৰ ও ভাবুকি দিলে এই বিষয়া সকলে। পিছত উপায়ন্তুৰ হৈ গঞা দাৰস্থ হল আইনৰ। হাইলাকান্দি সদৰ থানাত এই তিনি বিষয়া কৰ্মচাৰীৰ নামৰ ৰজু কৰিলে এটা গোচৰ। লগতে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী ও। 

byte :: local
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.