ETV Bharat / state

প্ৰকৃতাৰ্থত বশ কৰা হ'ল নে লাডেনক, বনমন্ত্ৰীৰ বিপৰীত ভাষ্য

author img

By

Published : Nov 12, 2019, 5:42 PM IST

বিধায়ক পদ্ম হাজৰিকাই বশ কৰাটো হাতীটো লাডেন নহয় ৷ হাইলাকান্দিত এই মন্তব্য বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷

বনমন্ত্ৰীৰ বিপৰীত ভাষ্য

হাইলাকান্দি, 12 নৱেম্বৰঃ সোমবাৰে চতীয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত বশ কৰা হৈছিল লাডেনক ৷ বিগত 29 অক্টোবৰত 5 জনকৈ লোকক প্ৰাণে মৰাৰ পাচত লাডেনৰ সন্ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছিল গোৱালপাৰাবাসী ৰাইজে ৷ ইয়াৰ পাচতেই চতীয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৰামু নামৰ হাতীটোৰ সহযোগত সোমবাৰে গোৱালপাৰাৰ কন্যাকুচি বনাঞ্চলত এক অভিযান আৰম্ভ কৰে ৷ অভিযানৰ প্ৰায় এক ঘন্টাৰ ভিতৰত বশ কৰিবলৈ সক্ষম হয় লাডেনক ৷

বনমন্ত্ৰীৰ ভাষ্য

ইয়াৰ পাচতেই সোমবাৰে হাইলাকান্দি পৌৰসভাৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি লাডেন সন্দৰ্ভত বিপৰীত ভাষ্য আগবঢ়ায় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ তেওঁ কয় যে, সোমবাৰে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত বন বিভাগে যি অভিযান চলালে তাত 5 গৰাকী নিৰীহ মানুহক হত্যা কৰা লাডেনক বশ কৰা হোৱা নাই ৷ বহুদিন পূৰ্বেই লাডেনৰ মৃত্যু হৈছে ৷ বশ হোৱা হাতীটো মস্তিকৰ বিকাৰ হোৱাত অঞ্চলটোত উপদ্ৰৱ চলাইছিল বুলিও জনায় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ সম্প্ৰতি বনবিভাগে নিজৰ জিন্মাত ৰাখিছে হাতীটোক অতিশীঘ্ৰে কোনো নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হ'ব হাতীটোক ৷

হালাকান্দিত পৌৰসভাৰ উদ্যোগত নগৰ জীৱিকা কেন্দ্ৰ উদ্বোধন বনমন্ত্ৰীৰ

লগতে পঢ়কঃ কেনে আছে শোণিতপুৰৰ লাডেন ?

উল্লেখ্য যে,সোমবাৰে হাইলাকান্দিত পৌৰসভাৰ উদ্যোগত নগৰ জীৱিকা কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে এটা এপ' মুকলি কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ এপটোৰ জৰিয়তে যিকোনো লোকে ক্ৰয় কৰিব পাৰিব সামগ্ৰী ৷ উদ্বোধনী অনুষ্ঠানৰ পাচতেই মন্ত্ৰীগৰাকীয়ে আত্মসহায়ক গোটৰ কৰ্মীৰ সকলৰ মাজত মিঠাই বিতৰণ কৰে ৷

Intro:Slug:-হাইলকান্দিত এইবাৰ লাডেনৰ প্ৰসংগ।

Body:O/C:-অৱশেষত কৰায়ত কৰা হল নৰঘাতি বন্যা হস্তী লাডেনক । 5 গৰাকী নিৰীহ ব্যক্তি আক্ৰমণ কৰি নিহত কৰিছিল লাডেনে । আৰু তাৰ পিছত বন বিভাগৰ তৎপৰতা আটক কৰা হয় লাদেনক । কিন্ত লাদেন সম্পৰ্কে বন মন্ত্ৰী পৰিমল শুক্লাবৌদ্যৰ বিপৰীত ভাষ্য । আটক হোৱা উন্মাড বন্যা হস্তী লাডেন বুলি চিনাক্ত হলেও আচলতে এয়া লাডেন নহয় । 5 গৰাকী নিৰীহ মানুহৰ হত্যা কৰি বন্যা হস্তী টো দীৰ্ঘ দিন পূৰ্বে মৃত্যু হৈছে । আটক হোৱা উন্মাদ হস্তী আচলতে "মস্ত" আক্ৰান্ত হৈ উৎপাত কৰিছে । বন্য হস্তী তেওঁ বন বিভাগৰ হেফাজতত আছে আৰু গৃহস্ত কৰাৰ ব্যৱস্থা লোৱা হৈ আছে আৰু আগন্তুক দিনত এই হস্তী তোক কোনো নিৰাপদ স্থান লৈ স্থানান্তৰ কৰা হব । যোৱাকালি হাইলাকান্দিত পৌৰসভাৰ উদ্যোগত নগৰ জীবিকা কেন্দ্ৰ উদ্বোধন কৰে লগতে এটা App ও মুকলি কৰে এই App ৰ জৰিয়তে যিকোন লোকে ক্ৰয় কৰিব পাৰিব বিভিন্ন সামগ্ৰী। অনুষ্টানৰ পিছত বন মন্ত্ৰী পৰিমল শুক্লবৌদ্যেয় SHG ৰ কৰ্মী সকলে পৰা ৮০০ টকাৰ লাডু,সন্দেশ বেগ কৈ ধৰি বিভিন্ন সামগ্ৰী ক্ৰয় কৰিছে মন্ত্ৰী পৰিমল শুক্লবৌদ্যয়।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.