ETV Bharat / state

হাইলাকান্দিত ভোট বৰ্জনৰ হুংকাৰ - হাইলাকান্দি

হাইলাকান্দিৰ চহৰতলীত নাই পকী পথ, নাই খোৱা পানী, নাই জল নিষ্কাশনৰ ব্যৱস্থা। জনপ্ৰতিনিধিৰ ওপৰত আশা হেৰুৱাই ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ সাধাৰণ ৰাইজৰ

হাইলাকান্দিত ভোট বৰ্জনৰ হুংকাৰ
author img

By

Published : Apr 15, 2019, 2:33 PM IST

হাইলাকান্দি,১৫ এপ্ৰিলঃ হাইলাকান্দিত পুনৰ ভোট বৰ্জনৰ হুংকাৰ। কাৰণ এতিয়াও হাইলাকান্দিৰ বহু গাঁৱত নাই জীৱন নিৰ্বাহৰ ন্যূনতম সুবিধা। হাইলাকান্দিৰ চহৰতলীৰ বাউৰঘাট অঞ্চলত স্বাধীনতাৰ ৭০ বছৰ পিছতো ৰাইজে পোৱা নাই জীৱন নিৰ্বাহ কৰাৰ ন্যূনতম সা-সুবিধা। চহৰৰ কাষত বসবাস কৰাৰ পিছতো জৰাজীৰ্ণ পথেৰে যাতায়াত কৰিব লগা হয় অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে। সামান্য এজাক বৰষুণতে পানীত ডুব যায় সমগ্ৰ অঞ্চল। কাৰণ গাঁওখনত নাই কোনো জল নিষ্কাশনৰ ব্যৱস্থা ।

হাইলাকান্দিত ভোট বৰ্জনৰ হুংকাৰ

সাধাৰণ ৰাইজৰ এই দুৰ্ভোগৰ পিছতো ৫ বছৰে কোনো খবৰ নল'লে সাংসদ ৰাধেশ্যাম বিশ্বাসে। বছৰ বছৰ ধৰি চলা এই বঞ্চনাৰ প্ৰতিবাদত অহা লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে অঞ্চলটোৰ প্ৰায় ৩ হাজাৰৰো অধিক ভোটাৰ ৰাইজে।

SLUG :: হাইলাকান্দিত পুনৰ ভোট বৰ্জনৰ হুংকাৰ।

O/C :: নাই পকি পথ, নাই খোৱা পানী, নাই জল নিষ্কাসন ব্যবস্থা। এয়া কোন অতি দুৰ্গম গাওঁৰ চিত্ৰ নহয়। হাইলাকান্দি চহৰতলীৰ বাউৰঘাট অঞ্চলৰ দৃশ্য এয়া। স্বাধীনতাৰ ৭০ বছৰ পিছতো এই অঞ্চলৰ ৰাইজে পোৱা নাই জীৱন নিৰ্বাহ কৰাৰ নুন্যতম সা-সুবিধা। চহৰ কাষত বসৱাস কৰাৰ পিছতো এই জৰাজীৰ্ন পথেৰে যাতায়াত কৰিব লগা হয় এই অঞ্চলৰ হাজাৰ হাজাৰ লোকে। সামান্য বৰষোনত পানীৰ তলত সোমাই পৰে সমগ্ৰ অঞ্চল। এইখন গাওঁত নাই কোন জল নিষ্কাসনৰ কোন ব্যবস্থা। তীব্ৰ দুৰ্ভোগৰ মাজতে দিন জাপন কৰি অহা লোকে আজি লৈকে দেখা নাই যোৱা ৫ বছৰ গদীত থকা সাংসদ ৰাধেশ্যাম বিশ্বাসৰ চেহেৰা। বছৰৰ পৰ বছৰ ধৰি চলা এই বঞ্চনাৰ প্ৰতিবাদত অবশেষত অহা লোকসভা ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে এই অঞ্চলৰ প্ৰায় তিনি হাজাৰৰও অধিক ভোটাৰ ৰাইজে। এয়াই অসমৰ উন্নয়নৰ প্ৰকৃত চিত্ৰ। এই উন্নয়নক হাতিয়াৰ বনাই ভোট বিচাৰিছে ৰাজনৈতিক দল সমূহে।

byte :: local

######
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.