ETV Bharat / state

হাইলাকান্দিত বন বিভাগৰ অভিযানত অবৈধ সামগ্ৰী কঢ়িওৱা ট্ৰাক জব্দ

হাইলাকান্দিত বন বিভাগৰ অভিযান ৷ শিল আৰু বালিৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰে 10 খন বাহন ৷

author img

By

Published : Nov 11, 2020, 12:42 PM IST

hailakandi-forest-department-seizes-truck-carrying-illegal-goods
হাইলাকান্দিত বন বিভাগৰ অভিযানত অবৈধ সামগ্ৰী কঢ়িওৱা ট্ৰাক জব্দ

হাইলাকন্দি, 11 নৱেম্বৰ : হাইলাকান্দিত বন বিভাগৰ অভিযানত জব্দ ‍10 খন অবৈধ শিল আৰু বালি ভৰ্তি ট্ৰাক । মঙলবাৰৰ নিশা হাইলাকান্দি জিলাৰ পাঁচগ্ৰামত পৰা জব্দ কৰে নথি পত্ৰ বিহীন অবৈধ বালি আৰু শিল ভৰ্তি ট্ৰাককেইখন ।

hailakandi-forest-department-seizes-truck-carrying-illegal-goods
জব্দকৃত বাহন

জব্দকৃত ট্ৰাক কেইখন হাইলাকান্দি বন বিভাগৰ কাৰ্যালয়লৈ লৈ জৰিমনা বিহাৰ পিচত পুনৰ এৰি দিয়ে বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে,অভিযোগ অনুসৰি,দীৰ্ঘ সময়ৰ পৰাই জিলাখনত অবৈধ ট্ৰাক সমূহ চলাচল কৰি আছে কিন্তু বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি কেৱল এদিন অভিযান চলোৱাত অঞ্চলটোৰ সচেতন মহল চিন্তিত হৈছে ৷

লগতে পঢ়ক : মৰাণত ডিমৌ নদীৰ গৰাখহনীয়াই লৈছে ভয়াৱহ ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.