ETV Bharat / state

হাইলাকান্দিত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ !

হাইলাকান্দি চহৰৰ ৰাজধানী মেডিকেল হল'ৰ পৰা শনিবাৰে নিশা আৰক্ষীয়ে জব্দ কৰে নিচাজাতীয় ঔষধখিনি ।

author img

By

Published : Jun 23, 2019, 12:22 PM IST

হাইলাকান্দিত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ !

হাইলাকান্দি,২৩ জুনঃ শনিবাৰে নিশা হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ । আৰক্ষীয়ে হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতালৰ কাষত থকা ৰাজধানী মেডিকেল হল নামৰ এখন ফাৰ্মাচীৰ পৰা জব্দ কৰে এই নিচাজাতীয় ঔষধখিনি । ফাৰ্মাচীখনৰ পৰা জব্দ হয় মুঠ ৩৮৬ টা নিচাজাতীয় ঔষধৰ বটল । যাৰ বজাৰ মূল্য প্ৰায় ৩৫ হাজাৰ টকা । লগতে আৰক্ষীয়ে আটক কৰে ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী চৈয়দ আহমদ বৰভূঞাক । ইফালে পূৰ্বৰে পৰাই এইখন ফাৰ্মাচীত অবৈধ ভাৱে ড্ৰাগছৰ বেহা চলি থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

Intro:Slug= হাইলাকান্দিত জব্দ বৃহৎ পৰিমাণৰ কৰেক্ছ।

Body:O/C :: হাইলাকান্দিত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ৷ হাইলাকান্দি চহৰৰ ৰাজধানী মেডিকেল হল'ৰ পৰা শনিবাৰ নিশা আৰক্ষীয়ে জব্দ কৰে কৰেক্ছ ঔষধখিনি৷

Conclusion:VO = শনিবাৰ নিশা হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। বৃহৎ পৰিমাণৰ এই নিচাযুক্ত দ্ৰব্য জব্দ কৰা হৈছে হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতালৰ কাষত থকা ৰাজধানী মেডিকেল হল নামৰ এটা ফাৰ্মাছিৰ পৰা। শনিবাৰ নিশা হাইলাকান্দি আৰক্ষীয়ে চলাইছিল এই অভিযান৷ আৰু এই অভিযানতেই এইখন ফাৰ্মাছিৰ পৰা জব্দ হয় মোট ৩৮৬ বোটল কৰেক্ছ ছিৰাপ। যাৰ বজাৰ মূল্য আনুমানিক ৩৫ হাজাৰ টকা। লগতে আৰক্ষীয়ে আটক কৰে ফাৰ্মাছিৰ গৰাকী সৈয়দ আহমদ বৰভূঞাক। ইপিনে পূৰ্বৰে পৰাই এইখন ফাৰ্মাচিত অবৈধ ভাৱে ড্ৰাগছৰ বেহা চলি থকাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে।

Byte :: Police SI & Local Public
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.