ETV Bharat / state

গৌতম ৰয়ৰ নিলম্বনক লৈ হাইলাকান্দিত অব্যাহত প্ৰতিবাদ

author img

By

Published : Jun 22, 2019, 8:16 AM IST

প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ক কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰাৰ লৈ হাইলাকান্দি কংগ্ৰেছত অব্যাহত আছে প্ৰতিবাদ ৷ শুকুৰবাৰে গৌতম ৰয়ৰ সমৰ্থকে জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত তল‍া ওলমাই সাব্যস্ত কৰে প্ৰতিবাদ ।

গৌতম ৰয়ৰ নিলম্বনক লৈ হাইলাকান্দিত অব্যাহত প্ৰতিবাদ

হাইলাকান্দি, 22 জুন : প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ক কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰাৰ প্ৰতিবাদত শুকুৰবাৰে গৌতম ৰয়ৰ সমৰ্থকে জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত তল‍া ওলমাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । গৌতম ৰয়ৰ সমৰ্থকে তলা ওলোমোৱাৰ প্ৰায় 1 ঘন্টাৰ পাছত বৰ্তমান হাইলাকান্দি জিলা কংগ্ৰেছ সভাপতি জয়নালউদ্দিন লস্কৰ সহ আন কৰ্মীসকল মুখ্য কাৰ্যালয়ত উপস্থিত হৈ তলা ভাঙি কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰে ৷

Intro:SLUG :: হাইলাকান্দি কংগ্ৰেছত অব্যাহত ড্ৰামা!

Body:O/C :: হাইলাকান্দি কংগ্ৰেছত অব্যাহত আছে হাই-ভলটেজ ড্ৰামা। প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ক কংগ্ৰেছৰ পৰা নিলম্বিত কৰাৰ প্ৰতিবাদত শুকুৰবাৰে হাইলাকান্দিত গৌতম ৰয়ৰ সমৰ্থক সকলে জিলা কংগ্ৰেছৰ মূখ্য কাৰ্যালয়ত তল‍া ওলমাই প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু ইয়াৰ পিছতেই দেখা যায় আন এক নাটক। গৌতম সমৰ্থকে তলা ওলমাৰ প্ৰায় ১ ঘন্টা পিছত কংগ্ৰেছ ভবনত উপস্হিত হয় বৰ্তমান জিলা কংগ্ৰেছ সভাপতি জয়নাল উদ্দিন লস্কৰ সহ আন বিষয়বৰিয়‍া সকল। তেওঁলোক উপস্হিত হৈ আকৌ তলা ভাঙি প্ৰবেশ কৰে কাৰ্যালয়ৰ ভিতৰত। হাইলাকান্দি কংগ্ৰেছৰ মাজতে চলা এই ড্ৰামায় বৰ্তমানত চাঞ্চল্য বিৰাজ কৰিছে হাইলাকান্দিত।

byte :: Congress workers

#####Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.