ETV Bharat / state

প্ৰশাসনৰ প্ৰশিক্ষণস্থলীৰ কদৰ্য ৰূপ;উত্তাল হাইলাকান্দি

author img

By

Published : Sep 11, 2019, 6:26 PM IST

হাইলাকান্দিত প্ৰশাসনৰ প্ৰশিক্ষণস্থলীৰ কদৰ্য ৰূপ ৷ সভাকক্ষৰ লেতেৰা পৰিৱেশৰ বাবে ক্ষুব্ধ প্ৰশিক্ষাৰ্থীয়ে সভা বয়কট কৰি জিলা উপায়ুক্তক লগ ধৰে ৷ লগতে জিলা উপায়ুক্তক প্ৰশিক্ষণৰ স্থান সলনি কৰিবলৈও দাবী জনায় ৷

হাইলাকান্দিত প্ৰশাসনৰ প্ৰশিক্ষণস্থলীৰ কদৰ্য ৰূপ

হাইলাকান্দি, 11 চেপ্তেম্বৰঃ হাইলাকান্দিত প্ৰশাসনৰ দ্বাৰা আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ ৷ হাইলাকান্দিৰ নিৰ্বাচনী অধিকাৰীকে এন আৰ চিৰ লগত জড়িত বি এল অ' সকলৰ বাবে হাইলাকান্দিৰ নজৰুল সদন প্ৰেক্ষাগৃহত ভোটাৰ কাৰ্ড শুদ্ধৰণিৰ এক প্ৰশিক্ষণৰ আয়োজন কৰে ৷ কিন্তু প্ৰশিক্ষণস্থলীৰ লেতেৰা পৰিৱেশক লৈ উত্তাল হৈ পৰে সভাকক্ষ ৷
সভাকক্ষৰ লেতেৰা পৰিৱেশৰ বাবে ক্ষুব্ধ প্ৰশিক্ষাৰ্থীয়ে সভা বয়কট কৰি জিলা উপায়ুক্তক লগ ধৰে৷ লগতে জিলা উপায়ুক্তক প্ৰশিক্ষণৰ স্থান সলনি কৰিবলৈও দাবী জনায় ৷

Intro:Slug:-প্ৰচাচনৰ প্ৰশিক্ষণস্থলীৰ লেতেৰাপৰিবেশক লৈ হুলস্থুল সভাকক্ষত।

Body: O/C:-প্ৰচাচনৰ মাতা এখন প্ৰশিক্ষন কৰ্মসূচীত হূলুস্হলীয়া পৰিবেশৰ সৃষ্টি হৈছিল হাইলাকান্দিত। প্ৰশিক্ষণস্হলীৰ লেতেৰা পৰিবেশৰ বাবে প্ৰশিক্ষাৰ্থী সকল ক্ষুব্ধ হৈ উঠাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল । আজি হাইলাকান্দিৰ নিৰ্বাচনী আধিকাৰিকে এন আৰ চি-ৰ লগত জড়িত বি এল ও সকলক এখন ভোটাৰ কাৰ্ড কাৰেকশন প্ৰশিক্ষণৰ বাবে মাতিছিল হাইলাকান্দিৰ নজৰুল সদন প্ৰেক্ষাগৃহত । সেইমতে প্ৰশিক্ষাৰ্থী সকল তাত উপস্থিত হৈছিল । কিন্তু প্ৰশিক্ষণ কেন্দ্ৰৰ লেতেৰা পৰিবেশ দেখি ক্ষুব্ধ হৈ পড়ে প্ৰশিক্ষাৰ্থী সকল । তেওঁলোকে প্ৰশ্ন উত্থাপন কৰি কয় প্ৰচাচনৰ ফালৰ পৰা সদাই স্বচ্ছতাৰ কথা কোৱা হয় কিন্তু প্ৰচাচনৰ দ্বাৰা আয়োজিত এখন প্ৰশিক্ষণস্হলীৰ অবস্থা এনে অস্বচ্ছ যে তাত বহি প্ৰশিক্ষন গ্ৰহন কৰাৰ কোনে অবস্তা ও নাই।এনে অবস্থাত ক্ষুব্ধ প্ৰশিক্ষাৰ্থীয়ে সভা বয়কট কৰি জিলা উপায়ুক্তক লগ ধৰি লেতেৰা অবস্থাৰ কথা তেওঁক জনায় লগতে জিলা উপায়ুক্তক প্ৰশিক্ষণৰ স্হান সলনি কৰাৰ ও দাবি জনায়।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.