ETV Bharat / state

আজমলৰ সভাত AIUDF আৰু কংগ্ৰেছ সমৰ্থকৰ মাজত তীব্ৰ বাক বিতণ্ডা - হাইলাকান্দি

সোমবাৰে নিশা হাইলাকান্দিৰ আলগাপুৰত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ । জিলা প্ৰশাসনে ধাৰ্য কৰা নিৰ্ধাৰিত সময়ৰ পিচতো AIUDFৰ সভা চলি থকা কাৰ্যক লৈ কংগ্ৰেছ আৰু AIUDF সমৰ্থকৰ মাজত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ

হাইলাকান্দিত আজমলৰ সভাত উত্তেজনা
author img

By

Published : Apr 16, 2019, 4:20 PM IST

হাইলাকান্দি,16 এপ্ৰিলঃ সোমবাৰে আলগাপুৰ বজাৰত কৰিমগঞ্জ সমষ্টিৰ AIUDF প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ এক জনসভাত অংশ লৈছিল ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে । সভাৰ সময় নিশা ৯ বজালৈকে নিৰ্ধাৰিত আছিল যদিও সময় পাৰ হোৱাৰ পিচতো সভা চলি থকাত বাধা প্ৰদান কৰিছিল জিলা প্ৰশাসনৰ SST দলে। পিচত স্থানীয় কংগ্ৰেছ কৰ্মীসকলৰ অভিযোগত সভা বন্ধ কৰিবলৈ গৈছিল প্ৰশাসনৰ SST দল ।

হাইলাকান্দিত আজমলৰ সভাত উত্তেজনা

কিন্তু SST দল উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বদৰুদ্দিন আজমলক অতিৰিক্ত পাঁচ মিনিট সময় প্ৰদান কৰিলে জিলা প্ৰশাসনে । এই অতিৰিক্ত সময় প্ৰদান কৰাক লৈ AIUDF আৰু কংগ্ৰেছ সমৰ্থকৰ মাজত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ । অৱশেষত স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

SLUG :: হাইলাকান্দিত আজমলৰ সভাত উত্তেজনা।

O/C :: যোৱা নিশা হাইলাকান্দি জিলাৰ আলগাপুৰত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। জিলা প্ৰশাসনৰ ধাৰ্য কৰা নিৰ্ধাৰিত সময়ৰ পিছতো AIUDFৰ সভা চলাক লৈ সৃষ্টি হয় উত্তেজনা। কংগ্ৰেছ আৰু AIUDF সমৰ্থকৰ মাজতে সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ। 
সোমবাৰ আলগাপুৰ বজাৰত কৰিমগঞ্জ সমষ্টিৰ AIUDF প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ এক জন সভাত অংশ লৈছিলে বদৰ উদ্দিন আজমলে। সভাৰ সময় আছিলে ৰাতি ৯ বজা লৈজে। কিন্তু সময় পাৰ হোৱাৰ পিছতো সভা চলি থাকিলে বাধা প্ৰদান কৰিছিল জিলা প্ৰশাসনৰ এচ এচটি দলে।  স্থানীয় কংগ্ৰেছ কৰ্মী সকলোৰ অভিযোগত সভা বন্ধ কৰিবলৈ গৈছিল প্ৰশাসনৰ এচ এচ টি টিম। কিন্তু পিছতে বদৰ উদ্দিন আজমলক অতিৰিক্ত ৫ মিনিট সময় প্ৰদান কৰিছিল জিলা প্ৰশাসনে। এই অতিৰিক্ত সময় প্ৰদান কৰাক লৈ AIUDF আৰু কংগ্ৰেছ সমৰ্থকৰ মাজতে সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ। অবশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আলগাপুৰ বজাৰত আৰক্ষী  মোতায়েন কৰা হয়।

######

FEDD::-FTP 801 TO 805

SCRIPT::-MAIL.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.