ETV Bharat / state

দোকান খোলাৰ অনুমতি প্ৰদান কৰা নাই হাইলাকান্দি প্ৰশাসনে

সামাজিক দূৰত্ব বজাই ৰাখি ৩৩ শতাংশ অনুপাতত ৰাজ্য চৰকাৰে দোকান-পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰাৰ পাছতো, জিলা প্ৰশাসন আৰু মাৰ্চেন্ট এচ্যোছিয়েশনে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি জানিবলৈ দিয়ে জিলাখনৰ একাংশ ব্যৱসায়ীয়ে ৷

author img

By

Published : May 5, 2020, 4:31 PM IST

গ্ৰীণ জ'নৰ পাছতো দোকান খোলাৰ অনুমতি প্ৰদান কৰা নাই হাইলাকান্দি প্ৰশাসনে

হাইলাকান্দি, 5 মেঃ ৰাজ্য চৰকাৰে গ্ৰীন জ'ন হিচাপে ঘোষণা কৰাৰ পাছতো ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ খোলাৰ অনুমতি প্ৰদান কৰা নাই হাইলাকান্দি চৰকাৰে ৷ সামাজিক দূৰত্ব বজায় ৰাখি ৩৩ শতাংশ অনুপাতত ৰাজ্য চৰকাৰে দোকান-পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰাৰ পাছতো, জিলা প্ৰশাসন আৰু মাৰ্চেন্ট এচ্যোছিয়েশনে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি জানিবলৈ দিয়ে জিলাখনৰ একাংশ ব্যৱসায়ীয়ে ৷ ফলত লক্​ ডাউন শিথিল কৰা দুদিন পাৰ হৈ যোৱাৰ পাছতো দোকান খুলিব পৰা নাই হাইলাকান্দিৰ ব্যৱসায়ীসকলে ৷ গ্ৰীণ জ'নত থাকিও ৰেড জ'নৰ দৰে দিন অতিবাহিত কৰিছে হাইলাকান্দিবাসীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.