ETV Bharat / state

বৰাকত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম

author img

By

Published : Jan 7, 2021, 9:51 PM IST

Updated : Jan 7, 2021, 10:27 PM IST

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম লৈ বৰাকত উপস্থিত হ'ল সাংসদ গৌৰৱ গগৈ ৷ হাইলাকান্দিৰ সিদ্ধেশ্বৰ শিৱ মন্দিৰ সমীপৰ বৰাক নৈৰ ঘাটত বৃহস্পতিবাৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন দিলে গৌৰৱ গগৈয়ে ।

ex-cm-torun-gogoi-chita-boshmo
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম লৈ বৰাকত সাংসদ গৌৰৱ গগৈ

হাইলাকান্দি, 7 জানুৱাৰী : ব্ৰহ্মপুত্ৰ উপত্যকাৰ পিচত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম লৈ বৰাকত উপস্থিত হ'ল সাংসদ গৌৰৱ গগৈ ৷ হাইলাকান্দিৰ সিদ্ধেশ্বৰ শিৱ মন্দিৰ সমীপৰ বৰাক নৈৰ ঘাটত বৃহস্পতিবাৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন দিলে গৌৰৱ গগৈয়ে ।

এই উপলক্ষে হাইলাকান্দি জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত হাইলাকান্দিৰ কংগ্ৰেছ ভৱনৰ পৰা সুসজ্জিত বাহনেৰে শান্তি সদ্ভাৱনা যাত্ৰা উলিয়াই বৰাক নৈৰ সিদ্ধেশ্বৰ শিৱ মন্দিৰ সমীপৰ বৰাক নদী ঘাটত লৈ যোৱা হয় প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম । ইয়াৰ পিচতে নদীৰ পানীত প্ৰয়াত তৰুণ গগৈৰ চিতাভষ্মৰ কলচি বিসৰ্জন দিয়ে পুত্ৰ গৌৰৱ গগৈয়ে ।

উক্ত কৰ্মসূচীত প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ,প্ৰাক্তন মন্ত্ৰী অজিত সিংহৰ লগতে দলৰ বহু কেইজন কংগ্ৰেছৰ জেষ্ঠ নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক: কান্দোনত ভাগি পৰিল অখিলৰ ৰোগীয়া মাতৃ

Last Updated : Jan 7, 2021, 10:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.