ETV Bharat / state

৪২ লাখ টকাৰ মথাউৰি নিৰ্মাণত ব্যাপক দুৰ্নীতি - EMBANKMENT DAMAGE AT HAILAKANDI news

হাইলাকান্দিত মথাউৰি নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতি কৰাৰ অভিযোগ জিলা ছাত্ৰ সন্থাৰ ৷ কাটাগাঁৱৰ মথাউৰিটো মেৰামতি অতি নিম্ন হোৱাৰ বাবে ছমাহ নৌহওতেই খহি যোৱাৰ অভিযোগ উঠিছে ৷ অতি শীঘ্ৰে উক্ত ঘটনাটো তদন্ত কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান সংগঠনটোৰ ৷

৪২ লাখ টকাৰ মথাউৰি নিৰ্মাণত ব্যাপক দুৰ্নীতি
author img

By

Published : Aug 20, 2019, 7:35 PM IST

  • হাইলাকান্দিত মথাউৰি নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ
  • মেৰামতিৰ ছমাহ নৌহওঁতেই খহি যোৱাৰ অভিযোগ হাইলাকান্দিৰ জিলা ছাত্ৰ সন্থাৰ
  • কাটাগাঁৱৰ মথাউৰি মেৰামতিৰ নামত SDRF য়ে ৪২ লাখ টকা মোকলাই দিছিল
  • অতি নিম্ন মানৰ কাম কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ
  • অভিযন্তা আৰু ঠিকাদাৰে মিলি দুৰ্নীতি কৰাৰ অভিযোগ ছাত্ৰ সন্থাৰ
  • অতি শীঘ্ৰে উক্ত মঠাউৰিটো মেৰামতিত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান সন্থাৰ

Intro:SLUG :: হাইলাকান্দিত মথাউৰি নিৰ্মাণত দুৰ্নীতি ।
Body:
O/C :: হাইলাকান্দিত মাথাউৰি নিৰ্মানত দুৰ্নীতি । যোৱা ২০১৮ সালৰ বানপানীৰ পিছতে হাইলাকান্দি জিলাৰ কেইবাটো মথাউৰি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰদ‍ান কৰিছিলে অৰ্থ। কিন্তু নিৰ্মাণ সম্পূৰ্ণ হোৱ‍াৰ আগতেই পুনৰ বান পানীয়ে বিদ্ধস্ত হৈছিল হাইলাকান্দি। বানপানীৰ কমাৰ পিছতে বৰ্তমানত আকৌ আৰম্ভ হৈছে ছিগ‍া মথাউৰি সমূহ পুনৰনিৰ্মানৰ কাম। কিন্তু এতিয়াও অতি নিম্ন মানৰ কাম হোৱাৰ অভিযোগ উত্থাপন কৰিছে জিল‍া ছাত্ৰ সংস্থায়। এয়া হাইলাকান্দি জিলাৰ ৰাজ্যেশ্বৰপুৰ গাওঁত থকা কাটাখালনৈৰ কাটাগাৱ মথাউৰি যোৱা ছয় মাহৰ আগতে সম্পূৰ্ণ হৈছিল এই মথাউৰিৰ কাম কিন্তু সম্পূৰ্ণ হোৱাৰ ছয় মাহৰ পিছত ছিগিল মথাউৰি।এই মথাউৰি খন নিৰ্মাণৰ বাবে এচ ডি আৰ এফৰ পৰা মঞ্জুৰ কৰ‍া হৈছে ৪২ লাখ টকা। কিন্তু বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰে মিলি অতি নিম্ন মানৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে জিলা ছাত্ৰ সংস্থায়।

byte :: AASU leaders

######Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.