ETV Bharat / state

হাইলাকান্দিত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

author img

By

Published : Mar 1, 2020, 2:06 PM IST

হাইলাকান্দি আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক হয় আব্দুল ৰছিদ শেখ নামৰ এজন সৰবৰাহকাৰী ৷ 154 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে হাইলাকান্দি অভিমুখে আহি থকা অবস্থাতে বোৱালিপাৰ অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৃত ড্ৰাগছ বিক্ৰেতা গৰাকীক ৷

Drugs pedler arrested in Hailakandi
হাইলাকান্দিত ড্ৰাগছ সহ আটক চোৰাং ব্যৱসায়ী

হাইলাকান্দি,1 মাৰ্চ: আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ পাছতো ৰাজ্যত অব্যাহত ড্ৰাগছৰ চোৰাং বেহা ৷ প্ৰায় প্ৰত্যেক দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্ত অবৈধ ড্ৰাগছ সৰবৰাহকাৰী আটক হোৱাৰ ঘটনাই স্পষ্ট কৰিছে এই কথা ৷ দেওবাৰে হাইলাকান্দি আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক হয় আব্দুল ৰছিদ শেখ নামৰ এজন অবৈধ ড্ৰাগছ ব্যৱসায়ী ৷ আৰক্ষীৰ অভিযানৰ সময়ত 154 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে হাইলাকান্দি অভিমুখে আহি থকা অবস্থাতে বোৱালিপাৰ অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৃত ড্ৰাগছ বিক্ৰেতা গৰাকীক ৷

হাইলাকান্দিত ড্ৰাগছসহ আটক চোৰাং ব্যৱসায়ী

উল্লেখ্য যে ধৃত ব্যৱসায়ী জনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১ কিল' ৭০ গ্ৰাম নিচা জাতীয় দ্ৰব্য ৷ যাৰ ভিতৰত আছে 10 হাজাৰ 337 টা ইয়াবা টেবলেট ৷ এই টেবলেট খিনিৰ বজাৰ মূল্য 8 লাখৰো অধিক হ'ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নাগৰিকলৈ আহিল ডি ভোটাৰৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.