ETV Bharat / state

হাইলাকান্দিত পশুখাদ্যৰ অভাৱত হাহাকাৰ পৰিস্থিতি - গাখীৰ ব্যবসায়ী আৰু কৃষকসকলে

বিপাঙত পৰিছে হাইলাকান্দিৰ কৃষকসকল ৷ ল’কডাউনৰ ফলত দোকানসমূহত পশুৰ বাবে খাদ্য থাকিলেও অধিক মূল্যত বিক্ৰী কৰা হৈছে খাদ্য সামগ্ৰীসমূহ ৷ চৰকাৰে এতিয়ালৈকে কোনো পশু খাদ্য সামগ্ৰীৰ যোগান ধৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে কৃষকসকলে ৷

ল’কডাউনৰ প্ৰভাৱঃ হাইলাকান্দিত পশুখাদ্যৰ অভাৱত হাহাকাৰ পৰিস্থিতি

author img

By

Published : Apr 15, 2020, 3:14 PM IST

হাইলাকান্দি, 15 এপ্ৰিলঃ হাইলাকান্দিত অভাৱনীয় হাৰত নাটনি হৈছে পশু খাদ্য সামগ্ৰীৰ। ল’কডাউনৰ ফলত সমগ্ৰ জিলাখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ অসুবিধা হোৱা নাই যদিও পশু খাদ্যৰ বাবে হাহাকাৰ কৰিবলগা হৈছে কৃষকসকলে। গেলামাল দোকানত পশুৰ বাবে খাদ্য সামগ্ৰী থাকিলেও বিক্ৰী কৰা হৈছে অধিক মূল্যত ।

ল’কডাউনৰ প্ৰভাৱঃ হাইলাকান্দিত পশুখাদ্যৰ অভাৱত হাহাকাৰ পৰিস্থিতি

এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো পশু খাদ্য সামগ্ৰীৰ যোগান ধৰা হোৱা নাই,যাৰ ফলত গাখীৰ ব্যবসায়ী আৰু কৃষকসকলে মূৰে-কঁপালে হাত দিবলগীয়া অৱস্থা হৈছে। অতি সোনকালে পশু খাদ্য সামগ্ৰীৰ যোগান ধৰিবলৈ চৰকাৰক দাবী জনায় এই কৃষকসকলে।
লগতে পঢ়কঃ নগাঁৱৰ সূতাৰ গাঁৱত খাদ্য সুৰক্ষাৰ চাউল বিতৰণক লৈ উত্তেজনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.