ETV Bharat / state

হিন্দু শৰণাৰ্থীৰ আশা পূৰণ কৰিবলৈ CAB গৃহীত কৰাৰ প্ৰয়াস বিজেপি চৰকাৰৰঃ শুক্লবৈদ্য - আশা পূৰণ

CAB সন্দৰ্ভত গ্ৰহণ কৰা এই সিদ্ধান্তৰ প্ৰভাৱতে বৰাকৰ দুটা লোকসভা সমষ্টি ক্ৰমে শিলচৰ আৰু কোকৰাঝাৰত এক বৃহৎ ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী জয়ী হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

হাইলাকান্দি মন্ত্ৰী পৰিমল শুক্লবৈদ্য
author img

By

Published : Apr 28, 2019, 3:23 PM IST

হাইলাকান্দি, 28 এপ্ৰিল : হিন্দু শৰণাৰ্থীসকলৰ দীৰ্ঘদিনীয়া আশা পূৰণ কৰিবলৈ CAB গৃহীত কৰাৰ প্ৰয়াস বিজেপি চৰকাৰৰ ৷ চৰকাৰৰ এই সিদ্ধান্ত আদৰণি জনাইছে ৰাইজে ৷ দেওবাৰে হাইলাকান্দিত আবকাৰী বিভাগৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । CAB সন্দৰ্ভত গ্ৰহণ কৰা এই সিদ্ধান্তৰ প্ৰভাৱতে বৰাকৰ দুটা লোকসভা সমষ্টি ক্ৰমে শিলচৰ আৰু কোকৰাঝাৰত এক বৃহৎ ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী জয়ী হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

হাইলাকান্দি মন্ত্ৰী পৰিমল শুক্লবৈদ্য

ইপিনে, বৰাক উপত্যকাত চলা ছিণ্ডিকেট আৰু তাত বিজেপি নেতা মন্ত্ৰী জড়িত থকাক লৈ হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুচেইনে দীৰ্ঘ দিনৰ পৰা কৰি অহা অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ছিণ্ডিকেট বন্ধ কৰাৰ বাবে বিজেপি চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷

SLUG :: CABৰ বাবে বৰাকত দুটা আসন লাভ কৰিব বিজেপিয়ে, ঘোষনা মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। 

O/C :: নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ বিতৰ্কিত মন্তব্য মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। বাংলাদেশৰ পৰা অহা হিন্দু সকলে দীৰ্ঘ দিনৰ পৰা এই বিধেয়কৰ অপেক্ষাত আছিলে। যাৰ প্ৰভাবত বিজেপিয়ে বৰাকত দুটা আসন লাভ কৰিব বুলি  মন্তব্য কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়। 

V/O :: CABৰ প্ৰভাবত বৰাকত দুটা আসন লাভ কৰিব বিজেপিয়ে। দীৰ্ঘ দিনৰ পৰা বৰাকত থকা বাংলাদেশৰ পৰা অহা বঙালী হিন্দুৰ আশা আছিলে স্থায়ী  নাগৰিকত্ব লাভ কৰাৰ। যাৰ বাবে বিজেপি জয় লাভ কৰিব এই দুটা আসনত। এই ঘোষনা মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। যোৱা কালি হাইলাকান্দিত আব্কাৰী বিভাগৰ এক অনুষ্ঠানত যোগদানৰ পিছতে সংবাদ মাধ্যমৰ আগতে এই মন্তব্য আগবৰায় মন্ত্ৰী শুক্লবৈদ্যয়। লগতে ব্ৰহ্মপুত্ৰ উপত্যকাত CABৰ প্ৰভাব নপৰাৰ বাবে বিজেপিয়ে ভাল ফলাফল কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী শুক্লবৈদ্যয়। 
ইপিনে, বৰাক উপত্যকাত চলা ছিণ্ডিকেট আৰু তাত বিজেপি নেতা মন্ত্ৰী জৰিত থকাক লৈ হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুচেইনে দীৰ্ঘ দিনৰ পৰা কৰি অভিযোগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী শুক্লবৈদ্যয় জনায়, কংগ্ৰেছৰ দিনৰ পৰা গোটেই অসমত ছিণ্ডিকেট চলি আহিছে। বৰ্তমান চৰকাৰে চেষ্টা চলাই আহিছে ছিণ্ডিকেট বন্ধ কৰাৰ। কিন্তু এই ছিণ্ডিকেটত বিজেপি জৰিত থকাৰ অভিযোগ ভিত্তিহীন। বৈধ কাগজ আৰু জিএচটি থকা গাড়ী বৰাক হৈ মনিপুৰ মিজোৰামত বিভিন্ন পন্য লৈ যায়। আৰু বিধায়ক আনোৱাৰে এই বৈধ ট্ৰাক সমূহক অবৈধ আখ্যায়িত কৰি ইছ্যু বনোৱাৰ অভিযোগ ও উত্থাপন কৰে মন্ত্ৰী গৰাকীয়ে। লগতে প্ৰকৃত  তথ্য প্ৰমান থাকিলে বিধায়ক আনোৱাৰে বিষয়টো বিধানসভাৰ কিও উত্থাপন নকৰে এই প্ৰশ্ন ও উত্থাপন কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়। 

byte :: Parimal Suklabaidya, Minister

######

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.