ETV Bharat / state

গৌতম ৰয়ৰ বিজেপিত যোগদানঃ উত্তপ্ত হাইলাকান্দিৰ বিজেপি কাৰ্যালয়

author img

By

Published : Aug 13, 2019, 4:47 PM IST

প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ বিজেপিত যোগদানকলৈ হাইলাকান্দিত প্ৰতিবাদ

হাইলাকান্দিত ৰাজনৈতিক দুই
  • প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ বিজেপিত যোগদানকলৈ হাইলাকান্দিত প্ৰতিবাদ ।
    হাইলাকান্দিত ৰাজনৈতিক দুই
  • বিজেপি ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণী ভূষণ শৰ্মাৰ সম্মুখতে প্ৰতিবাদ বিজেপি কৰ্মীৰ ।
  • দলীয় কৰ্মীৰ প্ৰতিবাদত উত্তাল হাইলাকান্দিৰ জিলা বিজেপি কাৰ্যালয় ।
  • প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ক বিজেপিত অন্তৰ্ভুক্তিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ সাধাৰণ কৰ্মীৰ সকলে ।
  • জিলা সভাপতি সুব্ৰত নাথৰ পদত্যাগ দাবী কৰে সাধাৰণ কৰ্মী সকলে ।

Intro:SLUG :: গৌতম ৰয়ৰ বিজেপিত যোগদানৰ প্ৰতিবাদ হাইলাকান্দিত।

Body:O/C :: প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ বিজেপিত যোগদানকলৈ হাইলাকান্দিত প্ৰতিবাদ। বিজেপি ৰাজ্যিক সাংঘঠনিক সাধাৰণ সম্পাদক ফনি ভূষন শৰ্মাৰ সম্মুখতে প্ৰতিবাদ বিজেপি কৰ্মীৰ। দলীয় কৰ্মীৰ প্ৰতিবাদত উত্তাল হাইলাকান্দিৰ জিলা বিজেপি কাৰ্যালয়। প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ক বিজেপিত অন্তৰ্ভুক্তিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ সাধাৰণ কৰ্মীৰ সকলে। লগতে জিলা সভাপতি সুব্ৰত নাথৰ পদত্যাগ দাবী কৰে সাধাৰণ কৰ্মী সকলে।

byte :: BJP Worker

######Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.