ETV Bharat / state

প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় বাংলাদেশীঃ জহিৰুল আলি চৌধুৰী

হাইলাকান্দিৰ এগৰাকী ব্যক্তি জহিৰুল আলি চৌধুৰীয়ে গৌতম ৰয়ৰ নাগৰিকত্বকলৈ অভিযোগ NRC কতৃপক্ষক। ইয়াৰ বিপৰীতে গৌতম ৰয়ে এই অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰাৰ লগতে ইয়াৰ উচিত বিচাৰ নিশ্চয় পাব বুলিও মন্তব্য কৰে গৌতম ৰয়ে ।

প্ৰাক্তন মন্ত্ৰী গৌতম ৰায় বাংলাদেশীঃ জহিৰুল আলি চৌধুৰী
author img

By

Published : May 16, 2019, 4:01 PM IST

হাইলাকান্দি, ১৬ মেঃ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় বিদেশী বুলি মন্তব্য হাইলাকান্দিৰ জহিৰুল আলি চৌধুৰীৰ। এই সম্পৰ্কত NRC কতৃপক্ষক অভিযোগ দাখিল কৰিছে জহিৰুল আলি চৌধুৰীয়ে।

প্ৰাক্তন মন্ত্ৰী গৌতম ৰায় বাংলাদেশীঃ জহিৰুল আলি চৌধুৰী

বৰাক উপত্যকাৰ অতি প্ৰতাপী প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ পিতৃ সন্তোষ কুমাৰ ৰয় স্বাধীনতা সংগ্ৰামত জড়িত থকাৰ পিছতো গৌতম ৰয়ে প্ৰমাণ দিব লাগিব নিজৰ নাগৰিকত্বৰ। হাইলাকান্দিৰ এগৰাকী ব্যক্তি জহিৰুল আলি চৌধুৰীয়ে গৌতম ৰয়ৰ নাগৰিকত্বলৈ অভিযোগ উত্থাপন কৰিছে NRC কতৃপক্ষৰ ওচৰত। লগতে তেওঁৰ পুত্ৰ ৰাহুল ৰয়ৰ ৬ বছৰীয়া পুত্ৰ হিমব্ৰত ৰয়ৰ নাগৰিকত্বক লৈয়ো অভিযোগ তুলিছে জহিৰুল আলি চৌধুৰীয়ে। ইতিমধ্য়ে NRC কতৃপক্ষৰ পৰাও আহিছে এখন জাননী। কিন্তু ইয়াৰ বিপৰীতে গৌতম ৰয়ে এই অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰাৰ লগতে ইয়াৰ উচিত বিচাৰ নিশ্চয় পাব বুলিও মন্তব্য কৰে গৌতম ৰয়ে।

লগতে আন এটা বাতৰি - মুখ্যমন্ত্ৰীৰ দ্বাৰা পৰ্যালোচনা কৃষি বিভাগৰ কাম-কাজ

SLUG :: প্ৰাক্তন মন্ত্ৰী গৌতম ৰায় বাংলাদেশী ! 

O/C :: অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী গৌতম ৰায় বিদেশী। গৌতম ৰয় আৰু তেওঁৰ পৌত্ৰ হিমব্ৰত ৰয়ৰ নামত আহিছে NRC'ৰ জাননী। হাইলাকান্দিৰ এগৰাকী ব্যক্তিয়ে গৌতম ৰয় আৰু তেওঁৰ ৬ বছৰীয়‍ পৌত্ৰৰ নাগৰিকত্বলৈ অভিযোগ কৰিছে NRC কতৃপক্ষক। 

V/O :: ১৯৮৫ সনৰ পৰা দীৰ্ঘ ৩০ বছৰ তেওঁ আছিল অসম বিধানসভাৰ বিধায়ক আৰু মন্ত্ৰী। ১৯৭২ সনত তেওঁৰ পিতৃয়ে ক‍াঠলিছেড়া বিধানসভাৰ পৰা প্ৰতিনিধিত্ব কৰিছিল অসম বিধানসভাত। এইজন প্ৰাক্তন মন্ত্ৰীৰ নামত এতিয়া আহিছে NRCৰ জাননী। তেওঁ আৰু কোনো ন'হয়। বৰাক উপত্যকাৰ অতি প্ৰতাপী প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়। পিতা সন্তোষ কুমাৰ ৰয় স্বাধিনতা সংগ্ৰামী থকাৰ পিছতো গৌতম ৰয়ে প্ৰমান দিব লাগিব নিজৰ নাগৰিকত্বৰ। হাইলাকান্দিৰ এগৰাকী ব্যক্তি জহিৰুল আলি চৌধুৰীয়ে গৌতম ৰয়ৰ নাগৰিকত্বলৈ অভিযোগ কৰিছে NRC কতৃপক্ষক। লগতে তেওঁৰ ৬ বছৰীয়া পৌত্ৰ অৰ্থাৎ প্ৰাক্তন বিধায়ক ৰাহুল ৰয়ৰ পুত্ৰ হিমব্ৰত ৰয়ৰ নাগৰিকত্ব লৈ ও অভিযোগ কৰিছে এই গৰাকী ব্যক্তিয়ে। পিছে এই অভিযোগক লৈ গৌতম ৰয়ৰ স্বভাব সুলভ ডেম কেয়াৰ উত্তৰ। এই অভিযোগ ভিত্তিহীন। ইয়াৰ পিছতো বাংলাদেশত পঠিয়াই দিলে পঠিয়াই দিব বুলি নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে গৌতম ৰয়ে। 

byte :: Gautam Roy, Ex minister

#####
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.