ETV Bharat / state

ভোটাৰ ৰাইজৰ সচেতনতাৰ বাবে কৰিমগঞ্জ প্ৰশাসনৰ সমদল - কৰিমগঞ্জ প্ৰশাসণ

দেওবাৰে কৰিমগঞ্জ জিলা প্ৰশাসনে ভোটাৰৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে সমদলৰ আয়োজন কৰে

ভোটাৰ ৰাইজৰ সচেতনতাৰ বাবে কৰিমগঞ্জ প্ৰশাসণৰ সমদল
author img

By

Published : Apr 7, 2019, 3:09 PM IST

কৰিমগঞ্জ, 7 এপ্ৰিলঃ আগন্তুক নিৰ্বাচনৰ বাবে ভোটাৰৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ বাবে দেওবাৰে কৰিমগঞ্জ জিলা প্ৰশাসনে সমদলৰ আয়োজন কৰে ৷ কৰিমগঞ্জৰ পৰা ৱদৰপুৰলৈ উলিওৱা এই সমদলত চি আৰ পি এফ, বি এচ এফৰ জোৱানৰ লগতে ৱদৰপুৰৰ আৰক্ষী থানাৰ অ চি জে কে বৰায়ো ভাগ লয় ৷

ভোটাৰ ৰাইজৰ সচেতনতাৰ বাবে কৰিমগঞ্জ প্ৰশাসণৰ সমদল

কৰিমগঞ্জ, 7 এপ্ৰিলঃ আগন্তুক নিৰ্বাচনৰ বাবে ভোটাৰৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ বাবে দেওবাৰে কৰিমগঞ্জ জিলা প্ৰশাসনে সমদলৰ আয়োজন কৰে ৷ কৰিমগঞ্জৰ পৰা ৱদৰপুৰলৈ উলিওৱা এই সমদলত চি আৰ পি এফ, বি এচ এফৰ জোৱানৰ লগতে ৱদৰপুৰৰ আৰক্ষী থানাৰ অ চি জে কে বৰায়ো ভাগ লয় ৷

ভোটাৰ ৰাইজৰ সচেতনতাৰ বাবে কৰিমগঞ্জ প্ৰশাসণৰ সমদল
Intro:ভোটাৰক সচেতনতাৰ ভাৱে কৰিমগঞ্জ জিলা এডমিনিসস্টেশনৰ তৰপৰ পৰা আজি এক সমদল ওলাই । কৰিমগঞ্জ শহৰৰ পৰা ৱদৰপুৰ শহৰত আহে ।পুলিচৰ লগত সি আৰ পি আৰু ৱি এস এফ ৱাহিনী জোয়ান লগত লৈ সমদল ত ভাগ লয়। ৱদৰপুৰৰ আৰক্ষী থানাৰ ওসি জে কে ৱৰা দলৱল লৈ ভাগ ললে ।Body:বদরপুর Conclusion:ৱদৰপুৰৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্টে
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.