ETV Bharat / state

বিদ্যুত বিভাগৰ আজৱ কাণ্ড, বিদ্যুতৰ সংযোগ নথকাকৈয়ে ঘৰে ঘৰে বিদ্যুতৰ বিল..

ৰাজ্যজুৰি বিদ্যুতৰ লুকা ভাকু অব্যাহত থকাৰ মাজতে এইবাৰ হাইলাকান্দিত বিদ্যুৎ পৰিষদৰ নাভূত নাশ্ৰুত ঘটনা, আজৱ কাণ্ড সংঘটিত হৈছে । বিদ্যুত সংযোগ নোহোৱাকৈয়ে কেইবাখনো গাঁৱৰ নিৱাসী ঘৰত দিয়া হৈছে বিদ্যুতৰ বিল ।

হাইলাকান্দিত বিদ্যুৎ পৰিষদৰ নাভূত নাশ্ৰুত ঘটনাঃ বিদ্যুৎ সংযোগ নথকাকৈয়ে আহিল বিদ্যুৎৰ বিল
author img

By

Published : Aug 20, 2019, 2:17 PM IST

হাইলাকান্দি, 20 আগষ্টঃ ৰাজ্যজুৰি বিদ্যুতৰ লুকা ভাকু অব্যাহত থকাৰ মাজতে এইবাৰ হাইলাকান্দিত সংঘটিত হৈছে বিদ্যুৎ পৰিষদৰ নাভূত নাশ্ৰুত ঘটনা ৷ বিদ্যুৎ সংযোগ নথকাকৈয়ে বিদ্যুৎৰ বিল আহিল জিলাখনৰ মোহনপুৰ বৰণীব্ৰীজ গাঁৱৰ কেইবাটাও পৰিয়াললৈ ৷বিদ্যুত সংযোগ নকৰাকৈয়ে বিদ্যুতৰ বিল দেখি এতিয়া হতবাক গাওঁখনৰ লোকসকল ।সবিশেষৰ বাবে চাওক এই প্ৰতিবেদন

Intro:Slug :- হাইলাকান্দি বিদূৎ বিভাগৰ আজব কাণ্ড।

Body:O/C:-আজব হাইলাকান্দিৰ গজব কাহিনী । আৰু এইবাৰ এই কাহিনী হৈছে বিদুৎ বিভাগৰ । বিদুৎ সংযোগ নাই অথচ নিয়মিয়াকৈ বিল আহি আছে গৃহকৰ্তাৰ নামত । এনে অদ্ভুত ঘটনা ঘটি আছে হাইলাকান্দি জিলাৰ মোহনপুৰ বৰণীব্ৰীজ গাওঁত । দীনদয়াল উপাধ্যায় গ্ৰামীণ বিদুৎ যোজনাৰ অধীনত এই গাওত বিদুতৰ লাইন পতা হৈছিল । আনকি কেবাটাও ঘৰত বিদুতৰ মিটাৰও দিয়া হৈছিল । কিন্তু বিদুৎ সংযোগ দিয়া নাছিল । এনে অবস্থাত আচৰিতভাবে এই গাঁৱৰ সবিতা দাস, সুভাষ দাসৰ লগতে এই গাঁওৰ প্ৰায় ১৫,২০ পৰিৱালৰ আদিৰ নামত বিদুৎ বিভাগৰ পৰা নিয়মিয়াকৈ বিল আহিবলৈ ধৰিছে । এই লৈ সৰু এই গাঁওখনত হাহাকাৰৰ সৃষ্টি হৈছে । এই লৈ গাঁৱৰ ৰাইজে বিদুৎ বিভাগত গৈ অভিযোগ জনাইছিল । কিন্তু তেওঁলোকে সন্তোষজনক জবাব দিব পৰা নাই যাৰ বাবে সংবাদ মাধ্যমৰ কাষ চাপি বিভাগীয় মন্ত্ৰীৰ উচৰত এই কামৰ ঠিকাদাৰক শাস্তি দিয়াৰ দাবি জনাইছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.