ETV Bharat / state

তিনি বছৰৰ অন্তত ন্যায় পালে ফাৰুক উদ্দিন লস্কৰে - লোমহৰ্ষক হত্যাকাণ্ড

এগৰাকী পঞ্চায়ত সদস্যক হত্য‍াৰ অভিযোগত দুই ব্যক্তিক আজীৱন কাৰাদণ্ডৰ নিৰ্দেশ হাইলাকান্দিৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ৷

তিনি বছৰৰ অন্তত ন্যায় পালে ফাৰুক উদ্দিন লস্কৰে
author img

By

Published : Aug 8, 2019, 3:41 PM IST

হাইলাকান্দি,8আগষ্ট : ন্যায় পালে পঞ্চায়তৰ সদস্য ফাৰুক উদ্দিন লস্কৰে ৷ দুই বন্ধুৱে হত্যা কৰিছিল ফাৰুকক ৷ হত্যাকাৰীক আজীৱন কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনাৰ নিৰ্দেশ প্ৰদান কৰে হাইলাকান্দিৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে ৷

তিনি বছৰৰ অন্তত ন্যায় পালে ফাৰুক উদ্দিন লস্কৰে

২০১৬ চনৰ ৬ ফেব্ৰুবাৰিত হাইলাকান্দি চহৰতলীৰ ৰতনপুৰ গাঁৱত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড ৷ ভূমি বিবাদক কেন্দ্ৰ কৰি দুজন বন্ধুয়ে আক্ৰমণ কৰিছিলে ফাৰুক উদ্দিন লস্কৰ নামৰ এগৰাকী পঞ্চায়ত সদস্যক ৷ মৰিয়াই-মৰিয়‍াই হত্যাৰ চেষ্টা কৰিছিল ফাৰুক উদ্দিনক । যাৰ ফলত গুৰুতৰভাৱে আহত হৈছিল ফাৰুক উদ্দিন লস্কৰ ৷ গুৰুতৰ অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও হাস্পতালতেই মৃত্যু হৈছিল ফাৰুক উদ্দিনৰ ৷ আৰক্ষীয়ে দুই বন্ধু আলতাফ হুছেইন বড়লস্কৰ আৰু আনোৱাৰ হুছেইন বড়লস্কৰক ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছিল ৷ তিনি বছৰ অন্তত আদালতে মুঠ ১৫ গৰাকী ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰি দুগৰাকী অভিযুক্ত আলতাফ হুছেইন বড়লস্কৰ আৰু আনোৱাৰ হুছেইন বড়লস্কৰক হত্যাৰ গোচৰত আজীৱন সশ্ৰম কাৰাদণ্ড আৰু লগতে ৫ হাজাৰ টকাৰ জৰিমনাৰ নিৰ্দেশ প্ৰদান কৰে ৷

Intro:SLUG ::Murder Judgement Hailakandi

Body:O/C :: এগৰাকী পঞ্চায়ত সদস্যক হত্য‍াৰ অভিযোগত দুই ব্যক্তিক আজীবন কাৰাদণ্ডৰ নিৰ্দেশ প্ৰদান কৰিলে হাইলাকান্দিৰ জিলা আৰু সত্ৰ ন্যায়াধিশ আদালতে। ফাৰুক উদ্দিন লস্কৰ নামৰ এগৰাকী পঞ্চায়ত সদস্যক হত্যাৰ অভিযোগত প্ৰদান কৰিলে এই নিৰ্দেশ।

Conclusion:V/O :: হাইলাকান্দিত আজীবন কাৰাদণ্ড দুই ব্যক্তিৰ। ভূমি বিবাদক কেন্দ্ৰ কৰি পঞ্চায়ত সদস্যক হত্যাৰ অভিযোগ। ২০১৬ সনৰ ৬ ফেব্ৰুবাৰি হাইলাকান্দি চহৰতলীৰ ৰতনপুৰ গাওঁত সংঘঠিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড। ভূমি বিবাদক কেন্দ্ৰ কৰি দুই বন্ধুয়ে আক্ৰমন কৰিছিলে ফাৰুক উদ্দিন লস্কৰ নামৰ এগৰাকী পঞ্চায়ত সদস্যক। মৰিয়াই মৰিয়‍াই হত্যাৰ চেষ্টা কৰিছিলে ফাৰুক উদ্দিনক। গুৰুতৰ আহত অবস্থাত হাস্পতাল ভৰ্তি কৰাৰ পিছতে মৃত্যু হয় ফাৰুক উদ্দিনৰ। পিছদিনা আৰক্ষীয়ে অভিযোক্ত আলতাফ হুচেইন বড়লস্কৰ আৰু আনোৱাৰ হুচেইন বড়লস্কৰক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰে। অবশেষত তিনি বছৰ আদলাতে মোট ১৫ গৰাকী ব্যক্তিৰ সাক্ষ্য গ্ৰহন কৰি দুগৰাকী অভিযুক্ত আলতাফ হুচেইন বড়লস্কৰ আৰু আনোৱাৰ হুচেইন বড়লস্কৰক হত্যাৰ গোচৰত অভিযোক্ত কৰি আজীৱন শ্বশ্ৰম কাৰাদণ্ড আৰু লগতে ৫ হাজাৰ টকাৰ জৰিমনাৰ নিৰ্দেশ প্ৰদান কৰে।

byte :: Public prosecutor

#####
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.